Skip to content

মোহন ভাগৱত আৰু হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক


RSS প্ৰধান মোহন ভাগৱতক সাক্ষাৎ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই। শিলচৰত অনুষ্ঠিত হ’ব মোহন ভাগৱত আৰু হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক। ৩০ জানুৱাৰীত অনুষ্ঠিত হব বৈঠক। বৰ্তমান শিলছৰত আছে RSSৰ শীৰ্ষ নেতাজন। মোহন ভাগৱতক লগ ধৰিবলৈ শিলছৰলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

Back To Top