skip to Main Content

লামডিং বনাঞ্চলৰ বেদখলস্থলীত কাইলৰ পৰা দুদিন ধৰি চলিব উচ্ছেদ


উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে লামডিং বনাঞ্চলৰ বেদখলস্থলীত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। কাইলৰ ৰ পৰা দুদিন ধৰি চলোৱা হ’ব উচ্ছেদ। দেওবাৰে বিশাল আৰক্ষী বাহিনীক লগত লৈ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, উপায়ুক্ত অনুপম চৌধুৰী আৰু বন বিভাগৰ শীৰ্ষ বিষয়াই উক্ত স্থান নিৰীক্ষণ কৰে।

Back To Top