Skip to content

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ বাসগৃহত CBIৰ অভিযান


প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ বাসগৃহত CBIৰ অভিযান। মহানগৰীৰ সৰুমতৰিয়া বাসগৃহত অভিযান CBI ৰ। এছ কাৰ্ড বেংকৰ ঋণ কেলেংকাৰী ৰ সন্দৰ্ভত হিতেশ্বৰ শইকীয়াৰ পল্টন বজাৰ থানাত ৰুজু হৈছিল গোচৰ। এই সন্দৰ্ভত CBI ৰ অভিযান। ৯ নৱেম্বৰ ত হিতেশ্বৰ শইকীয়াই হাজিৰ হব লাগিব CBI ৰ বিশেষ আদালতত।

Back To Top