On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে এখন সংবাদমেল
শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে এখন সংবাদমেল। এই সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘দক্ষিণ আফ্ৰিকাত WHO য়ে নতুন ভেৰিয়েণ্ট আবিষ্কাৰ কৰিছে। যাৰ বৈজ্ঞানিক নাম দিয়া হৈছে B1.529। এই ভিৰিয়েন্ট ডেলল্টাতকৈ ৩০০ গুণ শক্তিশালী। যাৰ উৎপত্তি স্থল দক্ষিণ আফ্ৰিকাৰ। লগতে কোৰোণাৰ বাবে সকলোৱে সাৱধানতা অৱলম্বন কৰিব লাগে বুলি ৰাইজক সজাগ মুখ্যমন্ত্ৰী গৰাকীৰ।