Representative Image মাদ্ৰাছাত জাতীয় পতাকা উত্তোলন নকৰিলে মাদ্ৰাছা বন্ধ কৰি দিয়াৰ হুংকাৰ। এই হুংকাৰ অসমৰ…
সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো বৃদ্ধি কোভিডত আক্ৰান্ত লোকৰ সংখ্যা
সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো বৃদ্ধি পাইছে কোভিডত আক্ৰান্ত লোকৰ সংখ্যা। কামৰূপ জিলাত সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ১৬৬৯ জনলৈ। মঙলবাৰে কামৰূপ জিলাত ৩৬১জন লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ। সকলো চৰকাৰী কাৰ্যালয়ত বাধ্যতামূলক কৰা হৈছে কোভিড টেষ্ট। বৰ্তমান ৰাজহুৱা স্থানত মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন।