skip to Main Content

গুৱাহাটী ৰে’ল ষ্টেচনত শোকাৱহ দুৰ্ঘটনা


গুৱাহাটী ৰে’ল ষ্টেচনত শোকাৱহ দুৰ্ঘটনা।গুৱাহাটী-মাৰ্কংছেলেক এক্সপ্ৰেছৰ ৰেল চালক নিহত।ইঞ্জিনত পানী ভৰাবলৈ যোৱাৰ সময়ত সংঘটিত হয় অঘটন।উচ্চ ভল্টেজ সম্পন্ন বিদ্যুতৰ তাঁৰত স্পৰ্শ হোৱাৰ ফলত নিহত হয় ৰেল চালকজন।গুৱাহাটী-মাৰ্কংছেলেক ৰেলখনৰ ইঞ্জিনৰ সমীপত উদ্ধাৰ ৰেল চালক জন।

Back To Top