skip to Main Content

সাংসদ সুস্মিতা দেৱৰ বাহনত আক্ৰমণ।

সাংসদ সুস্মিতা দেৱৰ বাহনত আক্ৰমণ। ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছৰ ওপৰত বিজেপি কৰ্মীয়ে আক্ৰমণৰ অভিযোগ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে হিংসাত্মক হৈ পৰিছে ত্ৰিপুৰাৰ পৰিস্থিতি।

Back To Top