A criminal has succumbed to his injuries after facing the heat of angry locals at…
সৰস্বতী পূজা উৎযাপনৰ ক্ষেত্ৰত নাথাকে কোনো ধৰণৰ SOP
সৰস্বতী পূজা উৎযাপনৰ ক্ষেত্ৰত নাথাকে কোনোধৰণৰ SOP।যিকোনো উৎসৱৰ আগত যিহেতু চৰকাৰে SOP জাৰি কৰে সেয়েহে ছাত্ৰ-ছাত্ৰী সকল চিন্তাত পৰা দেখা গৈছিল।স্বাস্হ্য মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে যে সৰস্বতী পূজাত নাথাকে কোনো ধৰণৰ SOP।চৰকাৰে যি সমূহ নিয়ম ইতিমধ্যে বান্ধি দিছে সেই নিয়ম অনুসৰি পালন কৰিব পাৰিব সৰস্বতী পূজা।