Skip to content

১২ আৰু ১৩ ফেব্ৰুৱাৰীত IPLৰ মেগা নিলাম।


১২ আৰু ১৩ ফেব্ৰুৱাৰীত IPLৰ মেগা নিলাম। বেংগালুৰুত পুৱা ১১ বজাৰ পৰা হ’ব নিলাম।এইবাৰৰ IPLত দুটা নতুন টীমৰ সংযোজনৰে হ’ব মুঠ ১০টা টীম। IPLৰ নতুন দল কেইটা হ’ল লক্ষ্ণৌ ছুপাৰজায়েণ্টছ আৰু গুজৰাট টাইটান। IPLৰ নিলাম তালিকাত অসমৰ একমাত্ৰ খেলুৱৈ হৈছে ৰিয়ান পৰাগ।

Back To Top