Representative Image মাদ্ৰাছাত জাতীয় পতাকা উত্তোলন নকৰিলে মাদ্ৰাছা বন্ধ কৰি দিয়াৰ হুংকাৰ। এই হুংকাৰ অসমৰ…
১৫ ফেব্ৰুৱাৰীৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ
অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ।ধেমাজিত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।উল্লেখ্য যে, ক’ভিডৰ সংক্ৰমণৰ বাবে ৰাজ্যত অষ্টম শ্ৰেণীলৈ বন্ধ কৰি দিয়া হৈছিল শিক্ষানুষ্ঠানসমূহ।কিন্তু ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে শিক্ষানুষ্ঠানসমূহ খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।