বিহাৰত পতনৰ দিশত বিজেপি-জেডিইউ চৰকাৰ। জেডিইউ'ৰ নেতাকৰ্মীসকলে বিজেপিৰ সৈতে চৰকাৰ চলোৱাত অমান্তি কৰিছে। ইতিমধ্যে বিহাৰৰ…
২৪ ঘণ্টাত দেশত ৬৩৫৮ গৰাকী লোক আক্ৰান্ত কৰ’ণাত
দেশত প্ৰতিদিনেই বৃদ্ধি পাই গৈ আছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা। কৰ’ণাৰ নতুন ভেৰিয়েণ্টে লাহে লাহে ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা সদৰি কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত ৬৩৫৮ গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছ আনহাতে ১৮৬ গৰাকী লোকৰ দেহত অমিক্ৰণ ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। অমিক্ৰণ ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ৬৫৩ গৰাকী।