Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
২৮ ফেব্ৰুৱাৰীৰ ভিতৰত অসমৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব বিদ্যুৎ সেৱা
২৮ ফ্ৰেব্ৰুৱাৰীৰ ভিতৰত অসমৰ প্ৰতিঘৰ পৰিয়ালে লাভ কৰিব বিদ্যুৎ সেৱা।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা।এতিয়ালৈ ৩.৫০ লাখ পৰিয়ালৰ ঘৰলৈ সংযোগ হোৱা নাই বিদ্যুৎ সেৱা।ৰাজ্যৰ শক্তি খণ্ডৰ বাবে ৮ হাজাৰ কোটি টকা কেন্দ্ৰই অনুমোদন কৰিছে।এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।অহা তিনি বছৰৰ ভিতৰত ৰাজ্যৰ ২০ লাখ পৰিয়ালৰ ঘৰত স্মাৰ্ট মিটাৰ সংস্থাপন কৰা হ’ব বুলিও জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।