Prime Minister Narendra Modi addressed the nation from Red Fort on the occasion of the…
৩১জানুৱাৰীত দেশজুৰি কৃষকে পালন কৰিব বিশ্বাসঘাটকতা দিৱস
৩১ জানুৱাৰীত দেশজুৰি কৃষকে পালন কৰিব বিশ্বাসঘাটকতা দিৱস।কৃষক আন্দোলন সমাপ্ত হ’ল যদিও এতিয়াও সন্তুষ্ট নহয় কৃষক।কেন্দ্ৰীয় চৰকাৰে কৃষকক দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ।সংযুক্ত কৃষান মৰ্চাই পালন কৰিব বিশ্বাসঘাটকতা দিৱস।দেশৰ ৫০০তকৈও অধিক জিলাত পালন কৰা হ’ব এই কাৰ্যসূচী।ঠায়ে ঠায়ে সাব্যস্ত কৰিব প্ৰতিবাদ।কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি ক্ষোভিত হৈ পৰিছে কৃষক।