skip to Main Content

Eastern Commandৰ Gen. Officer C-in-C পদত অধিষ্ঠিত প্ৰথমজন অসমীয়া


Eastern Commandৰ Gen. Officer C-in-C পদত অধিষ্ঠিত হ’ল প্ৰথমজন অসমীয়া।এই পদত অধিষ্ঠিত হোৱা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন ব্যক্তি লেঃ জেঃ ৰাণা প্ৰতাপ কলিতা।ডি জি পি ভাস্কৰজ্যোতি মহন্তই টুইট যোগে এই কথা জনাই আৰু লগতে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে।

Back To Top