skip to Main Content

ৰহাৰ বিধায়ক শশীকান্ত দাসে ত্যাগ কৰিব কংগ্ৰেছ


ৰহাৰ কংগ্ৰেছী বিধায়কে যোগদান কৰিব বিজেপিত। বৰ্তমান তেওঁ চৰকাৰৰ লগত থাকি, চৰকাৰক সকলো ধৰণে সহায় সহযোগিতা কৰি যাব বুলি ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই। ৰহা সমষ্টি উন্নয়নৰ বাবেও চৰকাৰে বিধায়জনক সকলো প্ৰকাৰে সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰিছে।

Back To Top