Guwahati, Assam – The North East Digestive & Liver Foundation is organizing a special event…
ৰাজকন্যা বৰুৱা ঘটনাৰ সন্দৰ্ভত আনুষ্ঠানিক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে GNRC হস্পাতালে।
ৰাজকন্যা বৰুৱা ঘটনাৰ সন্দৰ্ভত আনুষ্ঠানিক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে GNRC হস্পাতালে।চিকিৎসালয়খনে জাৰি কৰিছে যে, ৰোগীক উপযুক্ত চিকিৎসাৰ বাবে GNRC হস্পাতাল সদায় দায়ৱদ্ধ। সমাজৰ সকলো শ্ৰেণী লোকলৈকে GNRCয়ে সেৱা আগবঢ়াই আহিছে।ৰাজকন্যা বৰুৱাই জৰুৰীকালীন বিভাগত ৩অক্টোবৰ আবেলি ২.৩০বজাত চিকিৎসাৰ বাবে পঞ্জীয়ন কৰিছিল। GNRC দিছপুৰলৈ অহাৰ সময়ত তেওঁ জনাইছিল যে, তেওঁ বহুধৰণৰ সমস্যা ভোগ কৰি আছে। ৰাজকন্যা বৰুৱাই চিকিৎসকক জনোৱা অনুসৰি চিকিৎসকৰ এটা দলে তেওঁক পৰীক্ষা কৰিছিল।চিকিৎসাৰ প্ৰটকল অনুসৰি আৰু তেওঁ মূৰত আঘাত ৰাজকন্যাক নিৰ’লজী বিভাগৰ অধীনত প্ৰাথমিকভাৱে চিকিৎসা কৰা হৈছিল। আৰু তেওঁ মানসিক অৱস্থালৈ চাই তেওঁক ৰেফাৰ কৰা হৈছিল নিৰ’চাইকলজী বিভাগলৈ। বিজ্ঞপ্তিত কোৱা হয় যে, চিকিৎসা বিজ্ঞানৰ প্ৰটকল অনুসৰি ৰাজকন্যাক চিকিৎসা প্ৰদান কৰা হৈছিল।