
গুজৰাটৰ ছুৰাটত পুৱতি নিশা সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।ছুৰাটৰ GIDSঅঞ্চলত এখন টেংকাৰৰ পৰা ৰাসায়নিক গেছ নিৰ্গত হোৱাৰ ফলত ৬জন লোকৰ মৃত্যু হোৱাৰ লগতে মৃত্যুৰ সৈতে যুঁজি আছে ২৫ জনকৈ লোকে।টেংকাৰৰ পৰা নিৰ্গত হোৱা গেছে সমগ্ৰ অঞ্চল ছানি ধৰে।মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে।