A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
ৱাশ্বিংটনত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বৈঠক।
ৱাশ্বিংটনত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বৈঠক।ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক, আন্তৰ্জাতিক বিষয়ত আলোচনা।আফগানিস্তানত তালিবানৰ শাসন সন্দৰ্ভতো বৈঠকত আলোচনা কৰে। সন্ত্ৰাসবাদৰ প্ৰসংগ অহাৰ লগে লগে হেৰিছে ল’লে পাকিস্তানৰ নাম।পাকিস্তানৰ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা আমেৰিকাৰ নজৰত আছে বুলি ক’লে কমলাই।আমেৰিকাই ভাৰতীয় প্ৰধানমন্ত্ৰীক দিয়া অভ্যৰ্থনাৰ বাবে মোদীৰ কৃতজ্ঞতা।