skip to Main Content

দীপাৱলীৰ পূৰ্বে চৰকাৰৰ বিশেষ উপহাৰ ! কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩ শতাংশ বাঢ়িব DA

কেন্দ্ৰীয় চৰকাৰে দেৱালীৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীসকলক DA, DR আৰু HRA বৃদ্ধিৰ উপহাৰ দিয়াৰ সম্ভাৱনা। কেন্দ্ৰই জুলাই মাহত DA ১৭ শতাংশৰ পৰা ২৮ শতাংশলৈ আৰু HRA ২৪ শতাংশৰ পৰা ২৭ শতাংশলৈ বৃদ্ধি কৰিছিল। এতিয়া কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ DA পুনৰ ৩ শতাংশ বৃদ্ধি পাব।

Back To Top