skip to Main Content

অসমত লকডাউন নহয়।

সোমবাৰে ৰূপজ্যোতি কুৰ্মীৰ হৈ মৰিয়নীত আয়োজিত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিয়েই মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় অসমত পুনৰ লকডাউন নহয়।কিন্তু ৰাইজে ভেকচিন ল’ব লাগিব৷ যিকোনো প্ৰকাৰে ভেকচিনৰ দুয়োপালিয়েই সকলোৱে লওক বুলি আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Back To Top