Skip to content

মঙলবাৰে কইনাধৰাত মুখ্যমন্ত্ৰীৰ সাপ্তাহিক কেবিনেট বৈঠক

উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত ব্যাপকভাৱে ব্যস্ত হৈ আছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ পাঁচটা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত থকাৰ মাজতে মঙলবাৰে কইনাধৰাত মুখ্যমন্ত্ৰীৰ সাপ্তাহিক কেবিনেট বৈঠক৷ কেবিনেট বৈঠকত বহুকেইটা বিভাগৰ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়৷

Back To Top