skip to Main Content

হেদায়েতপুৰ মছজিদৰ ওচৰত সকলোৱে মিলি গ্ৰহণ কৰে ইফটাৰ

সকলোৱে একেলগে মিলি গ্ৰহণ কৰে ইফটাৰ হেদায়েতপুৰ মছজিদৰ কাষত।যিহেতু ইদুল ফীট’ৰ আহি আছে সেই মৰ্মে সকলোৱে ৰোজা ৰাখি আছে।আৰু সন্ধিয়া নিৰ্দিষ্ট সময়ত তেওঁলোকে ইফটাৰ গ্ৰহণ কৰে।সকলোৰে লগত তাত উপস্হিত থাকে সাংসদ বিৰেণ বৈশ্য।

Back To Top