গণেশগুৰিত উদ্ধাৰ হৈছে মৃতদেহ
গণেশগুৰিত উদ্ধাৰ হৈছে অচিনাক্ত ব্যক্তিৰ মৃতদেহ। গণেশমন্দিৰৰ সমীপত উদ্ধাৰ মৃতদেহটো। ব্যক্তিজনৰ বয়স৪০ উৰ্দ্ধৰ হ'ব বুলি অনুমান কৰা হৈছে। বৰ্তমানলৈকে কোনো পৰিচয় লাভ কৰা নাই মৃত লোকজনৰ। ঘটনাস্থলীত উপস্থিত হৈ দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰাম্ভ কৰিছে।