![](https://newsnetworktv.com/wp-content/uploads/2021/10/APSC-scam.jpg)
APSC কেলেংকাৰীৰ ন্যায়িক প্ৰক্ৰিয়া অন্তিম পৰ্যায়ত৷ সোমবাৰে আদালতত হাজিৰ কৰোৱা হয় APSC ৰ কেলেংকাৰীৰ আটাইকেইজন অভিযুক্তক৷ আদালতত উপস্থিত হয় বসন্ত দলে, চামেদুৰ ৰহমান আৰু অভিযুক্ত বিষয়া–কৰ্মচাৰী৷ আনহাতে জে’লৰ পৰাই ভিডিঅ’ কনফাৰেঞ্চযোগে থাকিল অভিযুক্ত ৰাকেশ পাল৷