skip to Main Content

জাতীয় পতাকা উত্তোলন নকৰিলে মাদ্ৰাছা বন্ধ কৰাৰ হুংকাৰ

Representative Image মাদ্ৰাছাত জাতীয় পতাকা উত্তোলন নকৰিলে মাদ্ৰাছা বন্ধ কৰি দিয়াৰ হুংকাৰ। এই হুংকাৰ অসমৰ মুছলিম ছাত্ৰ সন্থাৰ। মাদ্ৰাছা আৰু মছজিদত পতাকা উত্তোলন কৰাটো বাধ্যতামূলক বুলি জনায় মুছলিম ছাত্ৰ সন্থাই।

Read More

APDCL কেলেংকাৰী সন্দৰ্ভত অব্যাহত আছে তদন্ত।

APDCLৰ কেলেংকাৰী সন্দৰ্ভত তদন্তৰ মুখামুখী হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড০দিলীপ বৰা আৰু পঞ্জীয়ক হেমন্ত নাথ।জেৰাৰ বাবে মাতি পঠিওৱা হৈছে আতাউৰ ৰহমানকো।বুধবাৰে জেৰাৰ সন্মুখীন হোৱা ডেইজীম হাজৰিকা আৰু সঞ্জয় ভৌমিককো পুনৰ কৰিব জেৰা।মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আটাইকেইজনকে মুখামুখিকৈ চলাব জেৰা।

Read More

প্ৰৱঞ্চক মৃদুপৱন নেওগৰ কাহিলীপাৰাস্থিত বাসগৃহত আৰক্ষীৰ অভিযান।

প্ৰৱঞ্চক মৃদুপৱন নেওগ নামৰ যুৱকজনৰ কাহিলীপাৰাৰ বাসগৃহত নগাওঁ আৰু মহানগৰ আৰক্ষীয়ে যুটীয়াভাৱে চলাই অভিযান। নিশা ২ বজাত আৰক্ষী অহাৰ সম্ভেদ পাই পলায়ন নেওগৰ।নিজকে কেন্দ্ৰীয় চৰকাৰৰ উচ্চপদস্থ বিষয়া বুলি পৰিচয় দিয়ে যুৱকজনে।আৰক্ষীৰ অভিযানৰ সময়ত যুৱকজনৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে বহু আপত্তিজনক…

Read More
Back To Top