skip to Main Content

আগন্তুক নিৰ্বাচনত বিকাশেই বিজেপিৰ মুল ইচ্যু৷

বিহাৰ বিধানসভা নিৰ্বাচনত এনডিএই নিৰংকুশ সংখ্যাগৰিষ্ঠতা পোৱৰ পিছত দলটোৱে দিল্লীত বিজয় উৎসৱ পালনৰ সময়ত নিজৰ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে আগন্তুক সকলো নিৰ্বাচনতে বিজেপিয়ে বিকাশৰ বাৰ্তা লৈ আগবাঢ়িব৷এতিয়াৰ পৰা বিজেপিয়ে বিকাশৰ লক্ষ্যৰে দেশবাসীৰ সন্মুখলৈ যাৱ৷বিহাৰ নিৰ্বাচনৰ পিছতে…

Read More

৪০০০ ৰাণেৰে ৰোহিত শৰ্মাৰ অভিলেখ

১৩ সংখ্যক আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাই ২০০ খন মেচ খেলাৰ লগতে ৪০০০ ৰাণৰো অভিলেখ সৃষ্টি কৰিছে। ২০০ খন মেচ খেলাৰ প্ৰথম অভিলেখ মহেন্দ্ৰ সিং ধোনীয়ে কৰাৰ পিছতেই ৰোহিত শৰ্মাইও এই অভিলেখ সৃষ্টি কৰিলে।

Read More

ভাৰত চীনৰ উত্তেজনা হ্ৰাসৰ বাবে ক’ৰ কামাণ্ডৰ বৈঠক

যোৱা ৬ নৱেম্বৰত ভাৰত আৰু চীনৰ সেনাৰ ক'ৰ কামাণ্ডৰ পৰ্যায়ৰ এক বৈঠক অনুষ্ঠিত হয়। বৈঠকত উত্তেজনা হ্ৰাসৰ বাবে সিদ্ধান্ত লোৱা হয়। সিদ্ধান্ত অনুসৰি পাংগং সংলগ্ন অঞ্চলত মুখামুখি অৱস্হানৰ পৰা সেনা প্ৰত্যাহাৰ কৰি সেনাৰ সংখ্যা হ্ৰাস কৰা হ'ব। পূব লাডাখত পৰিস্হিতি…

Read More

পুৰুষ নিৰ্যাতন বাবে আইন

সম্প্ৰতি দিনক দিনে বাংলাদেশত বৃদ্ধি পাইছে পুৰুষ নিৰ্যাতন। সেয়েহে চৰকাৰী স্বীকৃতি প্ৰাপ্ত 'মেনছ ৰাইট ফাউণ্ডেচন' নামৰ বাংলাদেশৰ সংস্হাটোৱে পুৰুষ নিৰ্যাতনৰ বাবে আইনৰ দাবী কৰিছে। এই সংস্হাৰ সমীক্ষা মতে বাংলাদেশৰ ৮০% বিবাহিত পুৰুষে মহিলাৰ দ্বাৰা নিৰ্যাতিত হয়। ইতিমধ্যে নাৰীৰ সপক্ষে বহু…

Read More

লক্ষ্মৌৰ চিকি সকৰ সাফল্য

যোৱা বছৰ নবেম্বৰ মাহত উত্তৰ প্ৰদেশৰ কুশীনগৰত জন্ম হৈছিল সংযুক্ত শৰীৰৰ যমজ শিশু । উল্লেখযোগ্য যে শিশু দুটাৰ যকৃত, হৃদযন্ত্ৰৰ বাহিৰ অংশৰ লগতে বুকু তথা খাদ্য নলীও পোনপটীয়াভাৱে সংলগ্ন হৈ আছিল। লক্ষ্মৌৰ কিং জৰ্জ চিকিৎসা বিশ্ববিদ্যালয়ৰ শৈল্য চিকিৎসক এছ এন…

Read More

দেশৰ উদাৰতম ব্যক্তি আজিম প্ৰেমজি

এডেলগিভ হিউৰান ইণ্ডিয়া নামৰ সংস্হাটোৱে ২০২০ বৰ্ষৰ বাবে চলোৱা সমীক্ষাত প্ৰকাশ পাইছে যে ভাৰতৰ সবাতোকৈ উদাৰতম তথা মানৱ প্ৰেমী হৈছে উইপ্ৰ'ৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন অধ্যক্ষ আহিম প্ৰেমজি। গোটেই বছৰটোত তেওঁ জনহিতাৰ্থে খৰচ কৰিছে ৭৯০৪ কোটি টকা । আনহাতে কভিড মোকাবিলাৰ…

Read More

ৰাষ্ট্ৰীয় জলবঁটা প্ৰদান অনুষ্ঠান

কেন্দ্ৰীয় চৰকাৰে দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা ৰাষ্ট্ৰীয় জলবঁটা প্ৰদান অনুষ্ঠান ১১ আৰু ১২ নৱেম্বৰত দিল্লীত অনুষ্ঠিত হ'ব। এই বছৰৰ বাবে জলবঁটা শিতানত ১৬ টা শাখাত ৯৮ জন ব্যক্তি আৰু প্ৰতিস্হানক পুৰস্কৃত কৰিব। উল্লেখযোগ্য যে পানী সংৰক্ষণৰ বাবে বিভিন্ন প্ৰতিষ্ঠানক উৎসাহ…

Read More

উত্তৰ প্ৰদেশত নিষিদ্ধ আতচবাজী

উত্তৰ প্ৰদেশ চৰকাৰেও ৰাষ্ট্ৰীয় সেউজ ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছত উত্তৰ প্ৰদেশত নিষিদ্ধ কৰিলে আতচবাজী। ৯ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰৰ মাজভাগলৈকে এই নিৰ্দেশনা জাৰি থাকিব। বিক্ৰীৰ ক্ষেত্ৰতো থাকিব নিষেধাজ্ঞা । সন্ধিয়া ৮ ৰ পৰা ১০ বজালৈ কেৱল সেউজ আতচবাজীহে ব্যৱহাৰ কৰিব পাৰিব…

Read More

১ ডিচেম্বৰৰ পৰা পুনৰ মুকলি অসম ৰাজ্যিক চিৰিয়াখানা

১ ডিচেম্বৰৰ পৰা পুনৰ মুকলি কৰা হ'ব অসম ৰাজ্যিক চিৰিয়াখানা । পুৱা ৮ ৰ পৰা ১১ বজালৈ আৰু বিয়লি ১ ৰ পৰা ৪ বজালৈ মুকলি থাকিব চিৰিয়াখানা । প্ৰতি ঘন্টাত ১৫০ জনকৈ লোক প্ৰৱেশ কৰিব পাৰিব চিৰিয়াখানাত। মাস্ক বাধ্যতামূলক হোৱাৰ…

Read More

অসমতো দেৱালীৰ নিষেধাজ্ঞা

অসমত দেৱালীৰ নিষেধাজ্ঞা জাৰি নকৰাৰ পৰিপ্ৰেক্ষিতত সেউজ প্ৰাধিকৰণৰ পুনৰ আহ্বানৰ প্ৰতি সহাৰি জনাই চৰকাৰে জাৰি কৰিছে নিষেধাজ্ঞা । সেই অনুসৰি ৩০ নৱেম্বৰলৈ গুৱাহাটীত নিষিদ্ধ হ'ব ফটকা আৰু আতচবাজী। ইতিমধ্যে বিভিন্ন ৰাজ্যত প্ৰদান কৰা হৈছে নিষেধাজ্ঞা । কৰুণাৰ বাবে পৰিবেশ প্ৰদূষণ…

Read More
Back To Top