skip to Main Content

মানাহত মুকলি হস্তী প্ৰদৰ্শনী

মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পৰ্যটকৰ বাবে মুকলি কৰিছে এক নতুন সংযোজন। নাম- হস্তী প্ৰদৰ্শনী। ইয়াত পোহনীয়া হাতীক গা ধুওৱা , খাদ্য খুওৱা, নখ কটা ইত্যাদি প্ৰদৰ্শন কৰা হ'ব। তাৰোপৰি হাতীৰ লগত জড়িত হাওদা, দুংচি, অংকুশ আদি বিভিন্ন সামগ্ৰীও পৰ্যটকক দেখুওৱা…

Read More

আইপিএলত উত্তৰ পূৱৰ দল

অহাবৰ্ষত আইপিএলত থাকিব উত্তৰ পূৱৰ এটা দল। দেওবাৰে বৰ্ষাপাৰা গ্ৰাউণ্ডত এই সম্ভাৱনাৰ কথা ঘোষণা কৰে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত্‍ শইকীয়াই।

Read More

লখিমপুৰত দূৰ্ঘটনা

দেওবাৰে বিয়লি উত্তৰ লখিমপুৰ ফেৰী ঘাটত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।খাবলু ঘাটত ফেৰীত উঠাবলৈ লওঁতেই নদীত পৰিল মালভৰ্তি বাহন । লখিমপুৰৰ পৰা মাজুলীলৈ ইটা-চিমেণ্ট আনিছিল বাহনখনত। আনহাতে নদীত বাহন পৰি যাওঁতে জঁপিয়াই প্ৰাণৰক্ষা চালকৰ।

Read More

আঙুৰলতাৰ প্ৰচাৰ

তিৱা স্বায়ত্ত পৰিষদৰ বাবে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা। তিৱা সাজ-পাৰ পিন্ধি গীতে-মাতে প্ৰচাৰ চলাইছে আঙুৰলতাই।

Read More

সোমবাৰে বছৰৰ অন্তিম সূৰ্যগ্ৰহণ

সোমবাৰে হোৱা পূৰ্ণগ্ৰাসৰ সূৰ্যগ্ৰহণে হ'ব চলিত বৰ্ষৰ অন্তিম সূৰ্যগ্ৰহণ । পূৰ্ণগ্ৰাসৰ সময় হ'ব ২ মিনিট ১০ ছেকেণ্ড । ভাৰতত গ্ৰহণ নিশা ৮.০৩ বজাৰ পৰা নিশা ১১.২৪ বজালৈ থাকিব।

Read More

SI পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা

শণিবাৰে ঘোষণা কৰা হয় অসম আৰক্ষীৰ SI পদৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা।৫৯৭টা পদৰ বাবে অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা।৩১৬২ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ এই পৰীক্ষাত উত্তীৰ্ণসকলৰ ভিতৰত পুৰুষ ২২০৪, মহিলা ৯৫৮।

Read More

হিমন্তবিশ্ব শৰ্মাৰ বাসগৃহত মেল

শণিবাৰে নিশা মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ বাসগৃহত বিজেপি-UPPLৰ নেতৃত্বৰ বৈঠক । বিজেপি-UPPLৰ চৰকাৰ গঠনৰ তত্পৰতা। বিজেপিৰ সভাপতি ৰঞ্জিত দাস, প্ৰাক্তন সাংসদ বিশ্বজিত্‍ দৈমাৰীৰো অংশগ্ৰহণ উক্ত সভাত।

Read More

বিটিচিৰ ফলাফল

১) পৰ্বতঝৰা-মুনমুন ব্ৰহ্ম (BPF) ২) গুমা- ৰহিন্দ্ৰ ব্ৰহ্ম (BPF) ৩) শ্ৰীৰামপুৰ - সজল সিংহ (Cong) ৪) যমদুৱাৰ - ৰেৰেৱা নাৰ্জাৰী (BPF) ৫) চৰাইবিল-মৃত্যুঞ্জয় নাৰ্জাৰী (BPF) ৬) কচুগাঁও-উকিল মুছাহাৰী (UPPL) ৭) ডতমা - প্ৰকাশ বসুমতাৰী (BPF) ৮) ফকিৰাগ্ৰাম-অৰুপ কুমাৰ দে (BJP)…

Read More
Back To Top