অৰুণাচলত প্ৰথম IVF শিশুৰ জন্ম
সোমবাৰে অৰুণাচলত প্ৰথম বাৰৰ বাবে IVF শিশু অৰুণাচলৰ নিবা হাস্পতালত জন্ম গ্ৰহণ কৰে। নিবা হাস্পতালৰ কৰ্তৃপক্ষই জনায় যে IVF বিশেষজ্ঞ ডা' জমচন বাগ্ৰা আৰু ডা' আশিষ কালে তথা ডা' অশ্বিনী কালেৰ লগতে ডক্টৰৰ দল এটিয়ে যোৱা বছৰৰ পৰাই নেৰানেপেৰা প্ৰচেষ্টা…