skip to Main Content

আজি গুৱাহাটীত মুকলি কৰা হয় Vivo X80 ছিৰিজৰ মোবাইল

আজি গুৱাহাটীত মুকলি কৰা হয় Vivo X80 ছিৰিজৰ মোবাইল।মহানগৰীৰ গুৱাহাটী চেন্ট্ৰেলৰ "হাৰ্ড ৰক কেফে"ত মুকলি কৰা হয় Vivoৰ দুটাকৈ অত্যাধুনিক মোবাইল X ছিৰিজৰ X80 আৰু X80 pro।

Read More

দেশবাসীলৈ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সকাহ

দেশবাসীলৈ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সকাহ।আজিৰে পৰা কম মূল্যতে ক্ৰয় কৰিব পাৰিব পেট্ৰ'ল তথা ডিজেল।আজিৰে পৰা হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।প্ৰতি লিটাৰ পেট্ৰ’লত ৯.৫০ টকা হ্ৰাস আৰু প্ৰতি লিটাৰ ডিজেলত হ্ৰাস পালে ৭টকাকৈ।বিত্তমন্ত্ৰীৰ ঘোষণাৰ পিছতে দেশবাসীলৈ সকাহ।

Read More

আজি গ্ৰীণউড ৰিজৰ্টত উত্তৰ-পূৱ এল এছ এন পাৰ্টনাৰ্ছ মিট ২০২২ অনুষ্ঠিত হয়

আজি গ্ৰীণউড ৰিজৰ্টত উত্তৰ-পূৱ এল এছ এন পাৰ্টনাৰ্ছ মিট ২০২২ অনুষ্ঠিত হয়।উক্ত অনুষ্ঠানত সমগ্ৰ অঞ্চলটোৰ পৰা ১৫০ জন অংশীদাৰ,৫০জন ক্লায়েন্ট,১০০জন কৰ্মচাৰী আৰু এল এছ এন কৰ্পৰেট দলৰ প্ৰায় ৩০জন সদস্যই অংশগ্ৰহণ কৰে।

Read More

ৰুৰেল ৱেলফেয়াৰ চ’ছাইটিৰ এখন সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত

আজি ৰুৰেল ৱেলফেয়াৰ চ'ছাইটিৰ এখন সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত।ভিতৰুৱা তথা আৰ্থিকভাৱে দুৰ্বল মহিলা সকলক সহায় কৰাই হৈছে তেওঁলোকৰ লক্ষ্য।ইয়াৰ মুৰব্বী হৈছে বিশিষ্ট নাৰিশক্তি চাবিনা সৰকাৰ।

Read More

আজি বি বৰুৱা কেনচাৰ ইনষ্টিটিউতত এখন সংবাদমেল অনুষ্ঠিত হয়

আজি বি বৰুৱা কেনচাৰ ইনষ্টিটিউতত এখন সংবাদমেল অনুষ্ঠিত হয়।সম্বাদমেলত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন দেৱে।আজি এখন Science মেগাজিন মুকলি কৰে।

Read More

আজি Bill Mart আৰু MSMEৰ এক সংবাদমেল অনুষ্ঠিত হয় হোটেল ৰেইনচ ইন ত

আজি Bill Mart আৰু MSMEৰ এক সংবাদমেল অনুষ্ঠিত হয় হোটেল ৰেইনচ ইন ত।কৰ'ণাৰ সময়ত সকলো ব্যৱসায় বেয়া হৈ গৈছিল যদিও লাহে লাহে সকলো ঠিক হোৱাৰ বাবে Bill Mart আৰু MSMEয়ে মিলি অসমত ব্যৱসায় কৰিব বিচাৰিছে।যিকোনো ব্যৱসায় কেনেকে কৰিব পাৰি,তেওঁলোকে তাৰ…

Read More

উজান বজাৰস্হিত সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা

আজি অঙ্গনৱাড়ী কৰ্মী তথা সহায়িকা সকলে উজান বজাৰস্হিত সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।দীৰ্ঘদিনীয়া তেওঁলোকৰ দাবী সমূহ যাতে চৰকাৰে মানি লয় ,তেওঁলোকৰ মজুৰি সমূহ যাতে বৃদ্ধি কৰে তাৰ ওপৰি অৱসৰৰ সময়সীমা ৬০ বছৰৰ ঠাইত ৬৫বছৰ কৰে…

Read More

গুৱাহাটীৰ লায়ন্স চকু চিকিৎসালয়ৰ অত্যাধুনিক প্ৰেক্ষাগৃহ মুকলি

গুৱাহাটীৰ লায়ন্স চকু চিকিৎসালয়ত অত্যাধুনিক প্ৰেক্ষাগৃহ মুকলি কৰা হয়।১৮০ খন আসনযুক্ত লোহিয়া লায়ন্স প্ৰেক্ষাগৃহ মুকলি কৰা হয়।

Read More

দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ এক সংবাদমেল অনুষ্ঠিত হয় দিছপুৰ প্ৰেছ ক্লাৱত

আজি দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ এক সংবাদমেল অনুষ্ঠিত হয় দিছপুৰ প্ৰেছ ক্লাৱত।সংবাদমেল সম্বোধন কৰে ধৰ্মকান্ত গগৈয়ে।টাই আহোম সকলৰ বিভিন্ন ধৰণৰ সমস্যাক লৈ অনুষ্ঠিত হয় উক্ত সংবাদমেলখন।

Read More

অসম পুলিচৰ কনিষ্টবল চাকৰিৰ আলোচনাৰ বাবে DGP অফিচত অনুষ্ঠিত হয় সংবাদমেল

অসম পুলিচৰ কনিষ্টবল চাকৰিৰ আলোচনাৰ বাবে DGP অফিচত অনুষ্ঠিত হয় এক সংবাদমেল।লিখিত পৰীক্ষাৰ চেন্টাৰ আছিল মুঠ ৩৩টা,লগতে মহিলা পুলিচৰ সংখ্যা যাতে বাহে সেইতোৰ ওপৰতো তেখেতে মন্তব্য প্ৰকাশ কৰে।অসম পুলিচৰ আৰু বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তেখেতে মন্তব্য প্ৰকাশ কৰে।অসম পুলিচে ৰাষ্ট্ৰপতিৰ…

Read More
Back To Top