skip to Main Content

আজি অনুষ্ঠিত হয় গান্ধী পেনোৰমা ২০২২ ৰ চলচিত্ৰ মহোৎসৱ

আজি কটনৰ বিষ্ণুৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় গান্ধী পেনোৰমা চলচিত্ৰ মহোৎসৱ ২০২২। বন্তি প্ৰজলনেৰে শুভাৰম্ভ কৰে ৰাজ্যপাল জগদ্বীশ মুখীয়ে।মহাত্মা গান্ধীৰ নীতি আদৰ্শেৰে নিৰ্মিত চলচিত্ৰ সমূহ প্ৰদৰ্শিত হ'ব এই মহোৎসৱত। নৱ প্ৰজন্মক মহাত্মা গান্ধীৰ নীতি আদৰ্শেৰে অনুপ্ৰাণিত কৰাৰ বাবে এই প্ৰয়াস।

Read More

আজি গুৱাহাটী প্ৰেছ ক্লাৱত ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ এক সংবাদমেল অনুষ্ঠিত হয়

চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকীকৰণৰ বাবে এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত।সদৌ অসমৰ নতুনকৈ প্ৰাদেশীকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ ২১০৭ জন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তিখিনি মুখ্যমন্ত্ৰীয়ে কোন মাহত তথা কিমান তাৰিখে দিব তাৰ ওপৰত তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে।আৰু বহুকেইটা গুৰুত্বপূৰ্ণ…

Read More

আজি চচলত সদৌ অসম শিক্ষক কৰ্মচাৰী সন্হাৰ অনশন কাৰ্যসূচী

সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্হাৰ আহ্বানত সমগ্ৰ অসমৰ ২০১৭-১৮চনৰ বিদ্যালয় প্ৰাদেশীকৃত আইন খনৰ পৰা বাদ পৰা অসমৰ ভেঞ্চাৰ শিক্ষক সকলৰ পদ প্ৰাদেশিকীকৰণৰ দাবীৰে চচলত আজি এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

Read More

আজি ৰঙৰ উৎসৱ ফাকুৱা।বিভিন্ন ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ফাকুৱাৰ উচাহ

আজি ৰঙৰ উৎসৱ ফাকুৱা।বিভিন্ন ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ফাকুৱাৰ উচাহ দেখিবলৈ পোৱা গৈছে।দুটা বৰ্ষত ক'ভিডৰ বাবে একেবাৰে ম্লান পৰি গৈছিল এই উৎসৱটো।আৰু আজি সকলোৱে উলহ মালহেৰে পালন কৰা দেখা গৈছে ৰঙৰ উৎসৱ ফাকুৱা।

Read More

আজি গুৱাহাটী মহানগৰীত প্ৰশাসনৰ তালাচী অভিযান

আজি গুৱাহাটী মহানগৰীত প্ৰশাসনৰ তালাচী অভিযান।সুৰা পান কৰি কোনো লোকে যাতে গাড়ী নচলায় তাৰ পৰিপেক্ষীততেই এই অভিযান প্ৰশাসনৰ।কোনো ধৰণৰ অপ্ৰিতিকৰ ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে পুলিচ প্ৰশাসনৰ এইদৰে ঠায়ে ঠায়ে তালাচী অভিযান।

Read More

আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এক সংবাদমেল অনুষ্ঠিত হয়

আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এক সংবাদমেল অনুষ্ঠিত হয় তেওঁ লোকৰ মুখ্য কাৰ্যালয়ত।অজন্তা নেওঁগৰ বিত্তীয় বাজেট দাখিল সন্দৰ্ভত এই সংবাদমেল অনুষ্ঠিত হয়।সংবাদমেলত মন্তব্য প্ৰকাশ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ Jeneral Secretary ৰাহুল চেত্ৰীয়ে।

Read More

আজি DC officeত এক সংবাদমেল অনুষ্ঠিত হয়

আজি DC officeত এক সংবাদমেল অনুষ্ঠিত হয়।গুৱাহাটীবাসীৰ পানীৰ সমস্যাৰ ওপৰত আলোচনা কৰা হয় উক্ত সংবাদমেলত।ফাগুণ,চ'ত মাহত প্ৰায় সকলো লোকৰে কুঁৱা শুকাই যায়।গতিকে গুৱাহাটীবাসী সকলো লোকে যাতে পানীৰ বাবে হাহাকাৰ কৰিব লগা অৱস্হা নহয় তাৰ এটা স্হায়ী সমাধানৰ ব্যৱস্থা কৰিব লাগিব…

Read More

আজি ৰূপনগৰ LP স্কুলত ড্ৰাগচৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয়

আজি ৰূপনগৰ LP স্কুলত ড্ৰাগচৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয়।সৰু সৰু ল'ৰা-ছোৱালী সকলৰ মাজত এই প্ৰৱনতা বৰকৈ দেখিবলৈ পোৱা যায়।শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে অভিভাৱক সকল যাতে সজাগ হয় তাৰ বাবেই অনুষ্ঠিত উক্ত সজাগতা সভাখন।

Read More

ৰঙ বিৰঙী ফাকুৰে ভৰি পৰিছে মহানগৰৰ বজাৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত দৌলোৎসৱৰ উছাহ।দৌলোৎসৱ উপলেক্ষ উখল মাখল পৰিৱেশ।ৰঙ বিৰঙৰ আবিৰেৰে ভৰি পৰিছে ফাঁকুৱাৰ বজাৰ।মহানগৰীৰ ফাঁকুৱাৰ বজাৰ পৰা।

Read More

গাড়ীগাওঁ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত বিকি আলিৰ এনকাউন্টাৰত মৃত্যু।

গাড়ীগাওঁ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত বিকি আলিৰ এনকাউন্টাৰত মৃত্যু।আন চাৰিজন অভিযুক্ত বৰ্তমানেও পলাতক হৈ আছে।পুলিচৰ পিষ্টল কাঢ়ি পলাবলৈ লোৱা অৱস্হাত উপায়বিহিন হৈ গুলীয়াবলৈ বাধ্য হয়।

Read More
Back To Top