Skip to content

চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হৈছে MEGA FESTIVAL 2022।

চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হৈছে MEGA FESTIVAL 2022।২২ ফ্ৰেব্ৰুৱাৰীৰ পৰা আৰাম্ভ হৈ ১০মাৰ্চত অন্ত পৰিব উক্ত FESTIVAL খন।বিভিন্ন ঠাইৰ পৰা বহুতো লোক আহি ইয়াত উপস্হিত হৈছে অংশ গ্ৰহণৰ বাবে।

Read more

আজি দিচপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় All India Tribal Students Associatin Assam ৰ এক সংবাদমেল।

আজি দিচপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় All India Tribal Students Associatin Assam ৰ এক সংবাদমেল।বৰচিং টিচ' নামৰ ব্যক্তিজনৰ হত্যাকাণ্ডৰ ৰায় বিচাৰি অনুষ্ঠিত হয় উক্ত সংবাদমেলখন।এতিয়ালৈকে তেওঁলোকৰ কেছটো থানাত ৰেজিষ্টাৰ হোৱাই নাই।তেওঁলোকৰ মতে অনা অসমীয়া হোৱাৰ বাবে তেওঁলোকক চৰকাৰে কোনো গুৰুত্ব…

Read more

কলাক্ষেত্ৰত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

কলাক্ষেত্ৰত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।ৰাষ্ট্ৰপতিৰ সৈতে আছে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী। ৰাষ্ট্ৰপতিয়ে বন্তি প্ৰজ্বলনেৰে মুকলি কৰিব লাচিত বৰফুকনৰ ৪০০ বছৰীয়া বছৰজোৰা জন্মজয়ন্তী কাৰ্যসূচী। ভাৰ্ছুৱেলী ৰাষ্ট্ৰপতিয়ে আলাবৈ ৰণৰ স্মাৰকৰ আধাৰশিলা স্থাপন কৰিব। যোৰহাটৰ লাচিত বৰফুকন মৈদামত চৰকাৰে নিৰ্মাণ কৰিবলৈ লোৱা পাৰ্কৰ আধাৰশিলা…

Read more

আজি আৰম্ভ হয় “SARAS MELA 2022″।

আজি আৰম্ভ হয় "SARAS MELA 2022"।গণেশ মন্দিৰ ইনডৰ ষ্টেডিয়ামত ২৫ফ্ৰেব্ৰুৱাৰীৰ পৰা ৬মাৰ্চ পৰ্যন্ত লৈকে থাকিব এই SARAS MELA 2022।অসমীৰ উদ্যোগত পিছপৰা মহিলা সকলক আত্ম সহায়ক গোটৰ জৰিয়তে সংস্হাপন কৰিবৰ বাবে লোণ প্ৰদান কৰি যথেষ্ট সহায় সহযোগিতা আগবঢ়াই আহিছে।

Read more

কামাখ্যা মন্দিৰত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

কামাখ্যাত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।ৰাষ্ট্ৰপতিৰ সৈতে আছে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী।কামাখ্যা মন্দিৰত পূজা কৰি ৰাষ্ট্ৰপতি গৰাকীক ৰাওনা হয় কইনাধৰালৈ। কইনাধৰাতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব ৰাষ্ট্ৰপতিয়ে। ৫.২০ বজাত কইনাধৰাৰ পৰা কলাক্ষেত্ৰলৈ যাত্ৰা কৰিব। ৫.৩০ বজাত উপস্থিত হ’ব কলাক্ষেত্ৰত। ৰাষ্ট্ৰপতিয়ে বন্তি প্ৰজ্বলনেৰে মুকলি…

Read more

আজি আম আদমী পাৰ্টিৰ এক সংবাদমেল অনুষ্ঠিত হয়।

আজি আম আদমী পাৰ্টিৰ এক সংবাদমেল অনুষ্ঠিত হয় গণেশগুৰিস্হিত তেওঁলোকৰ মুখ্য কাৰ্যালয়ত।সঘনাই ঘটি থকা হত্যাকাণ্ডৰ ওপৰতে চৰকাৰক প্ৰশ্ন কৰি এই সংবাদমেল আম আদমী পাৰ্টিৰ।বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে উক্ত সংবাদমেল খনত।

Read more

আজি পৰাগ দাস মেমৰিয়েল ট্ৰাষ্টৰ প্ৰথম বাৰ্ষিক স্মাৰক বক্তৃতানুষ্ঠান।

আজি পৰাগ দাস মেমৰিয়েল ট্ৰাষ্টৰ প্ৰথম বাৰ্ষিক স্মাৰক বক্তৃতানুষ্ঠান।এই বক্তৃতানুষ্ঠানখনৰ আঁত ধৰে সম্পাদক ময়ূৰ কুমাৰ বৰাই।ইয়াত বক্তৃতা প্ৰদান কৰে অধ্যাপক তিলোক্তমা মিশ্ৰই।বহুজন গণ্যমান্য ব্যক্তিৰ উপস্হিতিত অতি সুন্দৰভাৱে অনুষ্ঠিত হয় উক্ত অনুষ্ঠানটো।

Read more

বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে ৫ জন ভিন্ন লোকক গৃহ আৱণ্টন কৰি দিবৰ বাবে আয়ুক্তলৈ পত্ৰ লিখিছিলে

বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে ৫ জন ভিন্ন লোকক গৃহ আৱণ্টন কৰি দিবৰ বাবে ২০০৪ চনৰ ফেব্ৰুৱাৰী, ২০০৪ ছেপ্টেম্বৰ মাহত অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ অধ্যক্ষ আৰু আয়ুক্তলৈ লিখে পত্ৰ:কংগ্ৰেছৰ মিডিয়া বিভাগৰ তত্বাৱধায়ক মনজিৎ মহন্ত।

Read more

সাংসদ প্ৰদ্যুৎ বৰদলৈ সংবাদমেল

মোদী চৰকাৰে পুজি পতিক চৰকাৰী সম্পদ, ৰাজহুৱা ধনৰে কেনেকৈ আৰু ধনী হোৱাত সহায় সেই চিন্তা কৰিছে।আকৌ পতঞ্জলী অসমলৈ আহিছে, কাৰণ অসমত পাম অইলৰ খেটি কৰিব।পাম অইলৰ খেটি কৰাৰ পাছত অসমত ভুমিৰ উব্বৰতা, সজীৱতা নাইকিয়া শেষ হৈ যাব বুলি মন্তব্য প্ৰদ্যুৎ…

Read more

ইউক্ৰেইনত অধ্যয়নৰত অসমৰ ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব ল’ব কেন্দ্ৰীয় চৰকাৰে:হিমন্ত বিশ্ব শৰ্মা,ৰে’লৱে মাটি বহিৰাগত বণিয়াৰ হাতত তুলি দিয়াৰ বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ

ইউক্ৰেইনত অধ্যয়নৰত অসমৰ ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব ল'ব কেন্দ্ৰীয় চৰকাৰে:হিমন্ত বিশ্ব শৰ্মা।ইউক্ৰেইনত ইটোৰ পিছত সিটোকৈ আক্ৰমণ ৰাছিয়াৰ। কৰিছে মিছাইল আক্ৰমণ। মৃত্যু ঘটিছে ১০০জনৰো অধিক লোকৰ। ৰে'লৱে ৰ ৫৮ বিঘা মাটি বহিৰাগত বণিয়াৰ হাতত তুলি দিয়াৰ বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে।

Read more
Back To Top