skip to Main Content

ৰাজ্যসভাৰ সাংসদ ৰূপে শপতগ্ৰহণ অসম সন্তান ৰঞ্জন গগৈৰ

এন.এন ব্যুৰো, ১৯ মাৰ্চঃ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্যসভালৈ মনোনীত কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এই প্ৰতিক্ৰিয়াৰ মাজতে আজি পুৱা ১১ বজাত সাংসদৰূপে শপতগ্ৰহণ কৰে অসম সন্তান ৰঞ্জন গগৈয়ে। উল্লেখ্য যে ৰাজ্যসভাৰ এগৰাকী মনোনীত সদস্যই অৱসৰ…

Read More

বিজেপিত যোগদান

এন.এন ব্যুৰো, ১৮ মাৰ্চঃ অসম ৰাজ্যিক বিজেপিৰ গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত আজি এক যোগদান অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত কংগ্ৰেছ আৰু চুতিয়া ছাত্ৰ সন্থাৰ ভালেকেইগৰাকী সদস্যই বিজেপিত যোগদান কৰে। অনুষ্ঠানত বিজেপি নেতা প্ৰদীপ ঠাকুৰীয়া, পুলক গোহাঁই, ৰূপম গোস্বামী আদি উপস্থিত…

Read More

ৰান্ধনী সন্থাৰ সংবাদমেল

এন.এন ব্যুৰো, ১৮ মাৰ্চঃ সদৌ অসম ৰান্ধনী সন্থাই আজি গুৱাহাটীস্থ দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলখনত অন্যান্যসকলৰ লগতে সন্থাৰ উপদেষ্টা কৃষ্ণা নাথ আৰু দুৰ্নীতিবিৰোধী যুব শক্তিৰ সভাপতি ধৰ্মকান্ত গগৈও উপস্থিত থাকে। তেওঁলোকে উক্ত সংবাদমেলত বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন…

Read More

হাইলাকান্দিত উত্তেজনাঃ সীমান্তত মিজোৰ আগ্রাসন

এন.এন ব্যুৰো, ১৮ মাৰ্চঃ বৰাক উপত্যকাৰ হাইলাকান্দি জিলাৰ মিজোৰাম সীমান্তৰ কচুৰতলত অব্যাহত আছে মিজোৰ আগ্রাসন। মঙলবাৰে দুপৰীয়া হাইলাকান্দি চহৰৰ মাজমজিয়াত সংবাদ মেল পাতি বিষয়টোক লৈ ৰাজ্য চৰকাৰ আৰু জিলা প্রশাসনৰ হস্তক্ষেপ বিচাৰিলে জিলাখনৰ কেইবাজনো অধিবক্তা আৰু সচেতন নাগৰিকে। উল্লেখ্য যে,…

Read More

সভ্যতাৰ সংকটঃ এই পৰ্যন্ত নিয়ন্ত্ৰিত হোৱা নাই COVID-19

এন.এন ব্যুৰো, ১৮ মাৰ্চঃ বিশ্বজুৰি মহামাৰী সৃষ্টি কৰা ক’ৰ’ণাৰ আতংক আজিৰ দিনটোতো অব্যাহত আছে। বৰ্তমানলৈ সমগ্ৰ বিশ্বত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ২,০৪,৬১০ গৰাকী আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ৮২৭০ গৰাকী। বৰ্তমানলৈকে ভাৰতবৰ্ষত ক’ৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৫৩ জনলৈ…

Read More

অসম নাগৰিক সমাজৰ সংবাদমেলঃ সাংবাদিকৰ সৈতে মুখামুখি হ’ল নতুন সাংসদ অজিত কুমাৰ ভূঞা

এন.এন ব্যুৰো, ১৮ মাৰ্চঃ আজি গুৱাহাটী প্ৰেছ ক্লাৱত অসম নাগৰিক সমাজে এক সংবাদমেল আয়োজন কৰে। উক্ত সংবাদমেলত সমাজৰ উপ সভাপতি প্ৰশান্ত ৰাজগুৰু, সাধাৰন সম্পাদক পৰেশ মালাকাৰৰ লগতে অসমৰ পৰা শেহতীয়াকৈ ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা সাংবাদিক অজিত কুমাৰ ভূঞা উপস্থিত থাকে। অজিত…

Read More

অনুসূচিত জাতি যুৱ পৰিষদৰ সংবাদমেলঃ বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ

এন.এন ব্যুৰো, ১৭ মাৰ্চঃ আজি দিছপুৰ প্ৰেছ ক্লাৱত অনুসূচিত জাতি যুৱ পৰিষদ, অসমে কেতবোৰ বিষয়ক লৈ এক সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত উপস্থিত থাকে সমিতিৰ সাধাৰণ সম্পাদক কমলাকান্ত দাস, সহকাৰী সাধাৰণ সম্পাদক জিতু কাকতি আৰু অন্য বহুতো। শাসনাধিস্থ বিজেপি চৰকাৰখনক সমালোচনা…

Read More

ওলমি থকা অৱস্থাত উদ্ধাৰ কিশোৰ-কিশোৰীৰ মৃতদেহঃ উদাৰবন্দত চাঞ্চল্য

এন.এন ব্যুৰো, ১৭ মাৰ্চঃ উদাৰবন্দ বিধানসভা সমষ্টিৰ দ্বিগুণ চাহ বাগিচাত ওলমি থকা অৱস্থাত এহাল কিশোৰ-কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। সন্দেহ কৰা হৈছে যে, এই ঘটনাৰ আৰত আছে এক প্রেমৰ কাহিনী। ১৫ বছৰীয়া বিবেক ভূমিজ আৰু ১৪…

Read More

খলনায়ক বতা চৰাইঃ ফিলিপাইনছত বিয়পিছে ভয়াৱহ বাৰ্ড ফ্লু

এন.এন ব্যুৰো, ১৭ মাৰ্চঃ বিশ্বজুৰি চলি থকা ক’ৰ’ণা ভাইৰাছৰ ত্ৰাসৰ মাজতে আহিছে অন্য এক ভয়ংকৰ ফ্লু। বটা চৰাইৰ পৰা বিয়পিছে এই ভাইৰাছ। ধৰা পৰিছে ফিলিপাইনছৰ উত্তৰ প্ৰান্তত আন এক ভয়াৱহ ফ্লু। এয়া বাৰ্ড ফ্লুৰ দৰেই বিয়পি পৰিছে বটা চৰাইৰ পৰা।…

Read More

ওলাল নেকি ক’ৰ’ণাৰ ঔষধ ?

এন.এন ব্যুৰো, ১৭ মাৰ্চঃ বিশ্বজুৰি ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ঠায়ে ঠায়ে চিকিৎসা বিশেষজ্ঞসকলে ইয়াৰ প্ৰতিৰোধক উদ্ভাৱনৰ গৱেষণা চলাই থকাৰ সময়তে দ্বীপৰাষ্ট্ৰ কিউবাত এই মহামাৰী ভাইৰাছ প্ৰতিৰোধক কেইবাবিধো ঔষধ উদ্ভাবন কৰা বুলি দাবী কৰা গৈছে। লগতে সমাজবাদী ৰাষ্ট্ৰখনে ২২ বিধ ঔষধ…

Read More
Back To Top