skip to Main Content

ভাঙি দিব অসমৰ ৪খন টোলগেট

NHAI ৰ নিয়ম উলংঘা কৰি দেশত বৰ্তমানেও আছে ১৮৯ খন টোলগেট। ৬০ কিলোমিটাৰ ব্যৱধানত নিৰ্মাণ কৰিব পাৰে টোলগেট। অতি সোনকালে অসমৰ এনে ৪খন টোলগেট ভাঙি দিয়াৰ সম্ভাৱনা আছে।

Read More

পুনৰ বন্ধ হ’ল অসম মেঘালয়ৰ যাতায়ত ব্যৱস্থা

টোপাতলিৰ অসম মেঘালয় সংযোগী পথত ভূমিস্খলন। নেৰানেপেৰা বৰষুণৰ ফলত প্ৰকাণ্ড শিল ৰাস্তাত খহি পৰিল। যাৰ ফলত বন্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা।

Read More
Apps

শিক্ষা বিভাগৰ নতুনকৈ দুটা এপ মুকলি

আজি ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে SEBA ৰ দুটাকৈ এপ মুকলি কৰে। তাৰেই এটা এপ'ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে স্পকেন ইংলিছৰ পাঠদান গ্ৰহণ কৰিবলৈ পাৰিব। আৰু আনটো এপ'ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে ডুপ্লিকেট মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট গ্ৰহণ কৰিবলৈ পাৰিব।

Read More

ক’ৰণাত আক্ৰান্ত চলচিত্ৰ তথা বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ।

দ্বিতীয় বাৰৰ বাবে ক'ৰণাত আক্ৰান্ত হ'ল চলচিত্ৰ তথা বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ।ফেচবুক যোগে এই কথা জনায় সীমান্ত শেখৰে।সকলোকে ক'ভিড প্ৰট'কল মানি চলিবলৈ আহ্বান সীমান্ত শেখৰৰ।

Read More

কপিল শৰ্মাৰ জীৱনৰ আধাৰত অচিৰেই নিৰ্মাণ হ’ব বায়োপিক

দেশৰ সৰ্বাধিক জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মাৰ জীৱনৰ আধাৰত অচিৰেই নিৰ্মাণ হ'ব এখন ছবি। কৌতুক অভিনেতা কপিল শৰ্মাৰ জীৱনৰ নিৰ্মাণ হ'বলগীয়া বায়োপিকত কাম আগবাঢ়িছে। প্ৰযোজক মহাবীৰ জৈনে শুকুৰবাৰে লাইকা প্ৰডাকচনৰ অধীনত কপিল শৰ্মাৰ জীৱনৰ ওপৰত এখন মনোৰম চলচ্চিত্ৰ নিৰ্মাণৰ কথা উল্লেখ…

Read More

ক’ভিডত আক্ৰান্ত আনন্দ মিশ্ৰ

ক'ভিডত আক্ৰান্ত হ'ল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। মাঘ বিহুৰ পুৱাই আৰক্ষী অধীক্ষক গৰাকীৰ দেহত ধৰা পৰিল কোৰোণাৰ সংক্ৰমণ। দুদিন পূৰ্বে আৰটিপিচিআৰ টেষ্টত ক'ভিড নিগেটিভ পোৱা গৈছিল যদিও মাঘ বিহুৰ পুৱাই পুনৰ আনন্দ মিশ্ৰ  ক'ভিড পজিটিভ বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে।

Read More

পৃথিৱীৰ ভিতৰত শীৰ্ষস্থান প্ৰাপ্ত ১৯বছৰৰ অনুদ্ধৰ প্ৰথম ভাৰতীয় বেডমিন্টন খেলুৱৈ।

তছলীম নীৰ পৃথিৱীৰ ভিতৰত শীৰ্ষস্থান প্ৰাপ্ত ১৯বছৰৰ অনুদ্ধৰ প্ৰথম ভাৰতীয় বেডমিন্টন খেলুৱৈ।১০,৮১০ পইন্ট লাভ কৰি শীৰ্ষ স্হান দখল কৰিবলৈ সক্ষম হয়।

Read More

উৰুকাৰ দিনাই গুৱাহাটীৰ মাজমজিয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড।

উৰুকাৰ দিনাই গুৱাহাটীৰ মাজমজিয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড।যৌতুকৰ বাবেই হত্যাৰ সন্দেহ মহিলাগৰাকীক।হাতীগাৱত হৈছে এই হত্যাকাণ্ডৰ ঘটনা।হাতীগাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে স্বামীগৃহৰ সকলো লোককে।

Read More

ভোগালী বিহুৰ উৰুকাৰ দিনাই বিশেষ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাঘবিহুৰ উৰুকাৰ দিনাও ব্যস্ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা৷ আজি পুৱা ভাগতেই বাক্সা আৰু সৰভোগ ভ্ৰমণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাক্সা জিলাৰ নৱ দিহিৰাত কৃষিবন আৰু জৈৱ-বৈচিত্ৰ্য মহাবিদ্যালয় আৰু উলূমৰা সংৰক্ষণ, গৱেষণা আৰু পৰিৱেশ পৰ্যটন ক্ষেত্ৰৰ আধাৰশিলা স্থাপন…

Read More

ৰবীন্দ্ৰ ভৱনত ৭ম পূৰ্ববংগ নাট সমাৰোহ

গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত সপ্তম পূৰ্ববংগ নাট সমাৰোহ। সুমবাৰৰপৰা ১৩,১৪ আৰু ১৫ তাৰিখে ৩দিনীয়াকৈ অনুষ্ঠিত কৰা হয় এই নাট সমাৰোহ। নাট্যসমাৰোহৰ লগত সংগতি ৰাখি পৰিৱেশন কৰা হয় বাউল গীত। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকায়ৰ সহযোগত অনুষ্ঠিত কৰা…

Read More
Back To Top