বিশিষ্ট সংগীত শিল্পী অসীম দাসৰ মৃত্যু
বিশিষ্ট সংগীত শিল্পী অসীম দাসৰ মৃত্যু।গুৱাহাটীৰ এখন মেডিকেলত শেষ নিশ্বাস ত্যাগ কৰে অসীম দাসে।দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ মেডিকেলত ভৰ্তি হৈ আছিল বিশিষ্ট সংগীত শিল্পী অসীম দাস।
বিশিষ্ট সংগীত শিল্পী অসীম দাসৰ মৃত্যু।গুৱাহাটীৰ এখন মেডিকেলত শেষ নিশ্বাস ত্যাগ কৰে অসীম দাসে।দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ মেডিকেলত ভৰ্তি হৈ আছিল বিশিষ্ট সংগীত শিল্পী অসীম দাস।
পণ্ডিত তীৰ্থনাথ শৰ্মা সভাগৃহত অনুষ্ঠিত হয় মুক্ত বৰলুইতৰ প্ৰথম বৰ্ষপুতি অনুষ্ঠান।বন্তি প্ৰজলন তথা পতাকা উত্তোলনেৰে শুভাৰম্ভনী কৰে ললিত কলিতা দেৱৰ লগতে ৰীণা ডেকা তত্বাৱধায়ক মুক্ত বৰলুইত।বিভিন্ন গণ্যমান্য ব্যক্তিৰ সাৰুৱা ভাষণৰ লগতে অনুষ্ঠিত কৰা হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ।উক্ত অনুষ্ঠানৰ লগত সংগতি…
বহিঃ ৰাজ্যত মৃত্যু গুৱাহাটীৰ যুৱক। গুৱাহাটীৰ পৰা কেৰেলালৈ কাম বিচাৰি গৈছিল যুৱক জন। মৃত যুৱক জনৰ নাম হৈছে নমল ৰাজবংশী। ৰাজা আৰু অৰ্জুন দুই যুৱকৰ লগত গৈছিল মৃত নমল ৰাজবংশী। দুই বন্ধুৰ বিৰুদ্ধে হত্যাৰ অভিযোগৰ পৰিয়ালৰ লোকৰ। মৃত যুৱক জনৰ…
মানৱ সমাজক লজ্জাজনক কৰা এক ঘটনা সংঘটিত হৈছে খানাপাৰাস্হিত পশু চিকিৎসা মহাবিদ্যালয় চৌহদত।তাত উদ্ধাৰ এটি কণ্যা শিশুৰ মৃতদেহ।কোনো লোকে পেলাই থৈ যোৱাৰ সন্দেহ স্হানীয় ৰাইজৰ।ঘটনা স্হলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ অপহৰণ কাণ্ড।হাতীগাঁৱৰ পৰা অপহৰণ দুটিকৈ শিশুক।শিশু দুটি হৈছে ১৩ বছৰীয়া ইছমাইৰা নাচিম আৰু ৪ বছৰীয়া আটিফ নাচিম।সিজুবাৰীৰ ১১ নং বাসগৃহৰ পৰা অপহৰণ শিশু দুটিক।মাক দেউতাকৰ অগ্যাতে নিজা বাসগৃহৰ পৰাই অপহৰণ শিশু দুটিক।
আজি মন্ত্ৰী ৰঞ্জিত দাসে মুকলি কৰে প্ৰতিখন জিলাতে একোখনকৈ বাহন।৩৪ খন বাহনৰ ভিতৰত আজি ৮খন বাহন বিভিন্ন জিলাত প্ৰদান কৰে।জনস্বাস্হ্য কাৰিকৰী বিভাগ আৰু খাদ্য আৰু যোগান বিভাগৰ ফালৰ পৰা প্ৰদান কৰা হয় উক্ত বাহন সমূহ।
আজি পাণবজাৰস্হিত বি এচ এন এল ৰ অফিচত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে কৰ্মচাৰী সকলে।দীৰ্ঘদিনীয়া বহুকেইটা দাবী উত্থাপন কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ।
আজি অসম জাতীয় পৰিষদৰ এক সংবাদমেল অনুষ্ঠিত হয় তেওঁলোকৰ মুখ্য কাৰ্যালয়ত।সংবাদমেল সম্বোধন কৰে জগদীশ ভূঞাই।
আজি গুৱাহাটী প্ৰেছ ক্লাৱত এটা মিউজিক এলবাম মুকলি কৰা হয়।উক্ত এলবামটোৰ নাম হৈছে মাটি।ইয়াত কণ্ঠদান কৰিছে বিশিষ্ট গায়িকা কল্পনা পাটোৱাৰীৰ লগতে ন পুৰণি বহু কেইজন কণ্ঠশিল্পীয়ে।উক্ত এলবামটোত থকা গীত কেইটা compose কৰিছে Ron Cha ই।
আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক সংবাদ মেল অনুষ্ঠিত গান্ধীবস্তিস্হিত তেওঁলোকৰ মুখ্য কাৰ্যালয়ত।ৰাজ্যত জল জীৱন আঁচনিত ব্যাপক কেলেংকাৰীৰ অভিযোগ তুলিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থাৰ নামত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অনিয়ম কৰাৰ অভিযোগ তুলি ধিক্কাৰ জনাইছে…