skip to Main Content

গুৱাহাটীৰ গেমছ ভিলেজত DTOৰ অভিযান।

গুৱাহাটীৰ গেমছ ভিলেজত DTOৰ অভিযান।কৰ ফাঁকি দিয়া বাহনৰ গৰাকীৰ বিৰুদ্ধে অভিযান।কৰ নিদিয়া বহু বিলাসী গাড়ীৰ তালিকা প্ৰস্তুত। ৩০ ছেপ্টেম্বৰৰ ভিতৰত কৰ দিবলৈ সকীয়নি DTO গৌতম দাসৰ।এনফ’ৰ্চমেণ্টৰ দল লৈ অভিযান জিলা পৰিবহণ বিভাগৰ।

Read More

১ অক্টোৱৰৰ পৰা নৱম, একাদশ, স্নাতক বৰ্ষৰ পাঠদান

১ অক্টোৱৰৰ পৰা ৰাজ্যত স্বাভাৱিক হ’ব জনজীৱন। ৰাজ্যত নাথাকিব কোনো বিশেষ ক’ভিড নিষেধাজ্ঞা বুলি সাংবাদিকৰ আগত কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।অহা ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব নৱম শ্ৰেণীৰ পাঠদান।একেদিনাই আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰো পাঠদান। ১ অক্টোবৰৰ পৰা পাঠদান…

Read More

অসমত মুকলি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ইলেকট্ৰনিক চাৰ্জিং পইন্ট।

অসমত মুকলি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ইলেকট্ৰনিক চাৰ্জিং পইন্ট। গুৱাহাটীৰ জ্যোতিকুচিত মুকলি চাৰ্জিং পইন্টতো।কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মুকলি কৰে কেন্দ্ৰটো।এবাৰ চাৰ্জ দিলে তিনিশৰ পৰা চাৰিশ কিঃমিঃ চলিব প্ৰতিখন বাহন!

Read More

নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।নুনমাটি বাছ ষ্টেণ্ডৰ ওচৰত থকা এখন চাহৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। চিলিণ্ডাৰ বিস্ফোৰিত হৈ অগ্নিকাণ্ড সংঘটিত । সম্পূৰ্ণৰূপে ভষ্মীভূত চাহ দোকানখন।স্থানীয় লোকৰ তৎপৰতাত আৰু স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ কেইবাঘণ্টাৰ…

Read More

গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হ’ল বজালীৰ ১৭ গৰাকী মাটি দালালক

গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয় বজালীৰ ১৭ গৰাকী মাটি দালালক। বিশেষ ন্যায়াধীশৰ আদালতে ১৭ জনৰ ৭ জনক ৭ দিনৰ বাবে আৰক্ষী জিন্মাত দিয়ে। বাকী ১০ জনক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে।

Read More

উত্তৰ গুৱাহাটীত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহ সভা।

ব্যাপক প্ৰস্তুতিৰে উত্তৰ গুৱাহাটীত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহ সভা। ২:৫০ মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ উপস্থিতিত পতাকা উত্তোলনৰে কাৰ্যসূচী আৰম্ভ কৰে সভাপতি ভৱেশ কলিতাই। উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হয় এই সভা। পতাকা উত্তোলন ৰ পিছতে প্ৰদৰ্শনীৰ দ্বাৰ উদ্বোধন কৰে কেন্দ্ৰীয়…

Read More

CPI ৰ সাংবাদমেল।

CPI ৰ সাংবাদমেল। মহানগৰীৰ ৰাজগড় স্থিত CPI ৰ ৰাজ্যিক কাৰ্য্যালয়ত সাংবাদমেল সম্বোধন। আগন্তুক উপনিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য CPI ৰ। উপনিৰ্বাচন হোৱা সকলো সমষ্টিত এজনকৈ শক্তিশালী বিৰোধী প্ৰাৰ্থী থাকিব লাগে। আগন্তুক থাওৰা বিধানসভা সমষ্টিত প্ৰাৰ্থী নিক্ষেপ কৰিব CPI য়ে। থাওৰা সমষ্টিৰ…

Read More

লাখটকীয়াৰ ইণ্ডাষ্ট্ৰিয়েল কো’অপাৰিটিভ বেংকত বিত্তীয় কেলেংকাৰীৰ অভিযোগ

লাখটকীয়াৰ দি ইণ্ডাষ্ট্ৰিয়েল কো'অপাৰিটিভ বেংকত বিত্তীয় কেলেংকাৰীৰ অভিযোগ। মঙলবাৰৰ অভিযানৰ পাছত আজি পুনৰ পান বজাৰ আৰক্ষীৰ লগতে RBI দলৰ অভিযান। তন্ন তন্নকৈ পৰীক্ষা কৰা হয় বেংকৰ নথি-পত্র।

Read More

লতাশিল আৰক্ষীৰ অভিযানত জব্দ গাঞ্জা

পুণৰ লতাশিল আৰক্ষীৰ অভিযানত জব্দ হয় গাঞ্জা৷ ৫ কেজি গাঞ্জা জব্দ কৰিলে Special Operation Groupএ। ৰৌটাৰ পৰা চিটি বাছত আনিছিল গাঞ্জাখিনি৷ বোন্দাত SOGয়ে অভিযান চলাই জব্দ কৰে গাঞ্জাখিনি। গাঞ্জা ক্ৰয়-বিক্ৰিৰে জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দিলীপ দৈমাৰী নামৰ লিকজনে…

Read More

মহানগৰী বশিষ্ঠত ডকাইতি কাণ্ড

মহানগৰী বশিষ্ঠত ডকাইতি কাণ্ড। ওজা হুন্ডাইৰ সমীপত সংঘটিত হয় ডকাইতৰ ঘটনাটো। দিনদুপৰতে গাড়ী ভাঙি ডকাইতে ২ লাখ টকা লুট ৰ চেষ্টা। MZ01K2747 নম্বৰৰ বলেৰু গাড়ীৰ গিলাচ ভাগি লুটৰ চেষ্টা ডকাইতৰ। স্থানীয় ৰাইজে কৰায়ত্ত কৰি উত্তম মধ্যম দিয়ে ডকাঁইটক।

Read More
Back To Top