Skip to content

অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোছিয়েছনে সপ্তম বর্ষৰ ফুটছাল আয়োজন কৰে

আজিৰ পৰা অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোছিয়েছনে ২২-২৩ মাৰ্চত প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ টচেন বড়া আৰু প্ৰদীপ কুমাৰ ব্ৰহ্মৰ নামত সপ্তম বর্ষৰ ফুটছাল আয়োজন কৰিছে। আজি ২২ মাৰ্চৰ মঙলবাৰে বিয়লি ৫ বজাত উদ্ধোধন কৰা হয়।

Read more

চৰকাৰী কৰ্মচাৰীৰ কাম নাই, সেয়ে মুখ্যমন্ত্ৰীয়ে কৰ্মচাৰীক এতিয়া চিনেমা চাবলৈ দিছে:অপূৰ্ব ভট্টাচাৰ্য্য।

মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য্যৰ প্ৰতিক্ৰিয়া।ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বাবে এতিয়া ৰান্ধনীয়ে পাকঘৰত তলা মাৰিব লগীয়া পৰিবেশ হৈছে।দেশবাসীক কাশ্মীৰ ফাইলছ দেখুৱাই আবেগিক কৰি এতিয়া পেট্ৰল, ডিজেলৰ মূল্যবৃদ্ধি কৰিছে চৰকাৰে।বিধান সভা নিৰ্বাচনৰ পূৰ্বে ৩০ ইউনিতকৈ বিজুলী বিনামূলীয়াকৈ দিয়াৰ প্ৰতিশ্ৰুতি…

Read more

পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে ৰামটাঙোন সোধাইছে সাধাৰণ জনতাক

ক'ভিডসৃষ্ট পৰিৱেশে অৰ্থনৈতিভাৱে জুৰুলা কৰা অসমবাসীৰ মূৰত মূল্যবৃদ্ধিৰ ৰামটাঙোন।বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ লগতে ৫০টকাকৈ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য।

Read more

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত চচলত ধৰ্ণা কাৰ্যসূচী

আজি চচলত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মাইক্ৰফাইনেণ্স ঋণ মাফৰ ক্ষেত্ৰত চৰকাৰে কৰা প্ৰতাৰণাৰ বাবে।এই ক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদকৰ মন্তব্য।

Read more

গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা

গুৱাহাটী মহানগৰীত পুনৰ সংগঠিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।হাত ভৰি বন্ধা অৱস্হাত উদ্ধাৰ এগৰাকী যুৱতিৰ মৃতদেহ।পানেখাইতিৰ আমগাঁৱত উদ্ধাৰ হৈছে এগৰাকী যুৱতিৰ উলংগ মৃতদেহ।অন্য স্হানত হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্হানীয় ৰাইজৰ।

Read more

আজি ভাৰতীয় প্ৰাথমিক চিকিৎসা পৰিষদৰ অধ্যক্ষ চাবাব আলমে এখন সংবাদ মেলৰ আয়োজন কৰে

আজি গুৱাহাটী প্ৰেছ ক্লাৱত ভাৰতীয় প্ৰাথমিক চিকিৎসা পৰিষদৰ অধ্যক্ষ চাবাব আলমে এখন সংবাদ মেলৰ আয়োজন কৰে।নিবনুৱাক বিত্তিমুখী শিক্ষাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি এগ্ৰ' এণ্ড লেবাৰ ক'ৰপৰেছনে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত কৰ্ম সংস্থাপনৰ সুবিধাৰ্থে নতুন পাঠ্যক্ৰম আৰম্ভ হ'ব।এই পাঠ্যক্ৰম এবছৰীয়া।ইয়াত ছমাহ ব্যৱহাৰিক প্ৰশিক্ষণ দিয়া…

Read more

আজি মাইম জাৰ্নেল নিৰবাকৰ দ্বিতীয় সংস্কৰণ মুকলি কৰা হয়

বিশ্ব মাইম দিৱস উপলক্ষে আন্তঃৰাষ্ট্ৰীয় মাইম আলোচনী 'নিৰবাক'ৰ দ্বিতীয় সংস্কৰণ আজি গুৱাহাটীৰ লতাশিলৰ বিষ্ণু নিৰ্মলা ভৱনত অনুষ্ঠানতো আয়োজন কৰা হয়। আলোচনীখনৰ বহু প্ৰত্যাশিত দ্বিতীয় সংস্কৰণ মুকলি কৰি মুখ্য অতিথি হিচাপে উপস্থিত থাকে দীপক শৰ্মা, দুলাল ৰয়, ৰোবিজিতা গোগোই, মানবেন্দ্ৰ ৰণহাং…

Read more

মাইক্ৰফাইনেন্সৰ ঋণ মাফৰ ক্ষেত্ৰত চৰকাৰে কৰা অবহেলাৰ বাবে ধৰ্ণা কাৰ্যসূচী

মাইক্ৰফাইনেন্সৰ ঋণ মাফৰ ক্ষেত্ৰত চৰকাৰে কৰা অৱহেলাৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত চচলত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।মাইক্ৰফাইনেন্সৰ ঋণ মাফৰ ক্ষেত্ৰত চৰকাৰে গাঁৱৰ সাধাৰণ মহিলা সকলক ঠগি আহিছে বুলিও মন্তব্য প্ৰকাশ কৰে মহিলাসকলে।

Read more

আজি ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত হয়

আজি ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত হয়।সংবাদমেল সম্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যদেৱে।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তীৰ্যক মন্তব্য কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যদেৱে।

Read more

আজি অনুষ্ঠিত হয় গান্ধী পেনোৰমা ২০২২ ৰ চলচিত্ৰ মহোৎসৱ

আজি কটনৰ বিষ্ণুৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় গান্ধী পেনোৰমা চলচিত্ৰ মহোৎসৱ ২০২২। বন্তি প্ৰজলনেৰে শুভাৰম্ভ কৰে ৰাজ্যপাল জগদ্বীশ মুখীয়ে।মহাত্মা গান্ধীৰ নীতি আদৰ্শেৰে নিৰ্মিত চলচিত্ৰ সমূহ প্ৰদৰ্শিত হ'ব এই মহোৎসৱত। নৱ প্ৰজন্মক মহাত্মা গান্ধীৰ নীতি আদৰ্শেৰে অনুপ্ৰাণিত কৰাৰ বাবে এই প্ৰয়াস।

Read more
Back To Top