skip to Main Content

ভাৰতীয় ফুটবল দললৈ আমন্ত্ৰণ লাভ কৰিলে অসমৰ এজন যুৱকে।

ভাৰতীয় ফুটবল দললৈ আমন্ত্ৰণ লাভ কৰিলে অসমৰ এজন যুৱকে।মাৰ্চত ফুটবল দলৰ শিবিৰলৈ যাব ৰে ৰাজকুমাৰ নামৰ যুৱকজন।৯০০ জন যুৱকৰ মাজৰ পৰা চিলেকচন কৰা হৈছিল ৰে ৰাজকুমাৰক।

Read More

গণেশগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন

গণেশগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন।গণেশগুৰিৰৰ উৰণীয়া সেতুৰ ওপৰত সংঘটিত হয় পথ দুৰ্ঘটনা।নিয়ন্ত্ৰণ হেৰুৱাই এখন স্কুটীয়ে খুন্দা মাৰে ডিভাইডাৰত।দুৰ্ঘটনাত নিহত অংশুমান বৰঠাকুৰ নামৰ যুৱকজন।

Read More

দেশৰ আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষস্থান দখল কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সকলো ৰেকৰ্ড ভংগ কৰি দেশৰ মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষস্হান দখল কৰিবলৈ সক্ষম হয়।অৰমেক্স মিডিয়াৰ সমীক্ষাত জনপ্ৰিয়তাৰ শীৰ্ষত ড০ হিমন্ত বিশ্ব শৰ্মা।জানুৱাৰী মাহত হিমন্ত বিশ্ব শৰ্মাই পিছ পেলালে সকলো মুখ্যমন্ত্ৰীকে।উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক পিছ পেলাই…

Read More

গণেশগুৰিত ভয়ংকৰ অগ্নিকাণ্ড

গণেশগুৰিৰ কাছাৰী বস্তিত ভয়ংকৰ অগ্নিকাণ্ড।দিছপুৰ কলেজৰ সমীপত অগ্নিকাণ্ড। সন্ধিয়া এটা গুদামত জুইৰ সুত্ৰপাত হৈ দুটা চিলিণ্ডাৰ বিস্ফোৰণ হয়।শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সন্দেহ কৰা হৈছে । জুইত জাহ গৈছে গুদামটোৰ চেনিটেৰী সামগ্ৰী।

Read More

ব্ৰহ্মপু্ত্ৰ খহনীয়া প্ৰতিৰোধৰ বাবে আৱন্টন ১০ কোটি টকা।

ব্ৰহ্মপু্ত্ৰৰ খহনীয়া স্থায়ী প্ৰতিৰোধৰ বাবে অৱশেষত বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে।বিগত প্ৰায় এটা দশক ধৰি নৈৰ দাতি-কাষৰীয়া অঞ্চলৰ লোকসকলে চৰম হতাশাত দিন কটাবলগীয়া হৈছিল।বাৰিষাৰ বানে সা-সম্পতি সকলো উতুৱাই লৈ গৈছিল বহুতো লোকৰ।অনিশ্চয়তাত দিন কটাবলগীয়া হৈছিল এই সকল…

Read More

স্কুল খোলাৰ আগতে স্কুল বাছ সমূহৰ বাকী থকা বকেয়া কৰ সমূহ আদায় দিবলৈ আহ্বান পৰিবহণ বিভাগৰ।

স্কুল খোলাৰ আগতে স্কুল বাছ সমূহৰ বাকী থকা বকেয়া কৰ সমূহ আদায় দিবলৈ আহ্বান পৰিবহণ বিভাগৰ।অসম চৰকাৰৰ পৰিবহন বিভাগে মিছন চাৰখাৰ নামৰ কাৰ্যসূচীৰ জৰিয়তে পহিলা ফেব্ৰুৱাৰীৰ পৰা যি সকল যান-বাহনৰ গৰাকীয়ে বিভাগক বকেয়া কৰ আদায় নিদিয়াকৈ ৰাজপথত বাহন চলাই আছে…

Read More

আবেদন অবিহনে এতিয়াৰে পৰা বিদ্যালয়তে লাভ কৰিব CASTE CERTIFICATE ।

আবেদন অবিহনে এতিয়াৰে পৰা বিদ্যালয়তে লাভ কৰিব CASTE CERTIFICATE।এতিয়াৰে পৰা জাতিগত প্ৰমাণ পত্ৰৰ বাবে কোনো ধৰণৰ আৱদন কৰিব নালাগে। আবেদন অবিহনে বিদ্যালয়তে লাভ কৰিব জাতিগত প্ৰমাণ পত্ৰ।এবছৰৰ ভিতৰতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব এই পদক্ষেপ। DC-ADCA বিদ্য়ালয়ে বিদ্যালয়ে চলাব অভিযান।আৱেদন কৰিব…

Read More

দীপৰ বিলত ১০০নাৱেৰে চলিব নৌকা বিহাৰ।

দীপৰ বিলৰ বুকুত শতাধিক নাৱেৰে চলিব নৌকাবিহাৰ।অসমৰ একমাত্ৰ পক্ষী অভয়াৰণ্য তথা ৰামচাৰ চাইট খ্যাত দীপৰ বিললৈ অহা দেশী-বিদেশী পৰ্যতকে নাৱত উঠি পৰিভ্ৰমী পক্ষী জলকেলি আৰু সৌন্দৰ্য উপভোগ কৰিব পাৰিব।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে যোৱা কালি পৰ্যটন মন্ত্ৰী বিমল…

Read More

প্ৰতিকূল বতৰকো নেওচি আজি উলহ মালহেৰে পালন কৰা হৈছে সৰস্বতী পূজা।

প্ৰতিকূল বতৰকো নেওঁচি আজি উলহ মালহেৰে বিদ্যালয়ে বিদ্যালয়ে পালন কৰা হৈছে সৰস্বতী পূজা।নেৰা নেপেৰা বৰষুণেও ম্লান কৰিব পৰা নাই সৰস্বতী পূজাৰ উচাহ উদ্দীপনা।বিদ্যাৰ আৰাধ্য দেৱীৰ আগত সেৱা জনাই বছৰটো যাতে ভালে যায় তাৰ কামনা কৰে সকলোৱে।বিদ্যাৰ্থী সকলে পঢ়া শুনাত মন…

Read More

মক্কা অভিমুখে ৰাওনা হ’ল এইবাৰৰ অসমৰ প্ৰথমটো হজ যাত্ৰীৰ দল।

মক্কা অভিমুখে ৰাওনা হ'ল এইবাৰৰ অসমৰ প্ৰথমটো হজ যাত্ৰীৰ দল।বৰঝাৰ বিমান বন্দৰত ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় হজ যাত্ৰী সকলক।যোৱাবাৰ ক'ভিডৰ বাবে যাত্ৰা কৰিব পৰা নাছিল হজ যাত্ৰী সকলে।

Read More
Back To Top