মহানগৰীৰ ফাঁচি বজাৰত ভয়ংকৰ অগ্নিকাণ্ড
মহানগৰীৰ ফাঁচি বজাৰত ভয়ংকৰ অগ্নিকাণ্ড।সদা ব্যস্ত চেম্বাৰ ৰোডত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা।হোটেল মহাৰাজত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা। শ্বৰ্ট চাৰ্কিটৰ ফলত পুৱা ৮ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড।
মহানগৰীৰ ফাঁচি বজাৰত ভয়ংকৰ অগ্নিকাণ্ড।সদা ব্যস্ত চেম্বাৰ ৰোডত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা।হোটেল মহাৰাজত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা। শ্বৰ্ট চাৰ্কিটৰ ফলত পুৱা ৮ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড।
ৰাজ্যজুৰি বৃদ্ধি পাইছে কৰণাৰ দ্ৰুত সংক্ৰমণ।ৰাজ্যৰ ৯খন শিক্ষানুষ্ঠান ইতিমধ্যে ঘোষণা কৰা হৈছে মাইক্ৰ কন্টেইমেন্ট জ'ন হিচাপে।মাইক্ৰ কন্টেইমেন্ট জ'ন ঘোষণা কৰা শিক্ষানুস্থান কেইখন হৈছে-ক্ষেত্ৰী চিএইচচি,কামাখ্যা বিদ্যালয় এইচ এছ,গুৰুকুল গ্ৰামাৰ বিদ্যালয়,ৰহমান ইনষ্টিটিউট অৱ নাৰ্ছিং এণ্ড পাৰামেডিকেল ছায়েঞ্চ,আৰ্য বিদ্যাপীঠ এইচ এণ্ড এম ই…
অনিৰ্দিষ্ট কাললৈ নিষিদ্ধ হ'ল বনভোজস্থলী।অনিৰ্দিষ্ট কাললৈ বনভোজস্থলী বন্ধ ৰখাৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ।২১ জানুৱাৰীৰ পৰা বলবৎ এই নিৰ্দেশ।নিৰ্দেশ উলংঘা কৰিলে ভৰিব লাগিব জৰিমনা। IPC 144ৰ অধীনত লোৱা হ'ব বিহিত ব্যৱস্থা।বন্ধ থাকিব উকিয়াম,কুলশী,চানডুবি,বাৰেগাওঁ,ৰাণীখামাৰ,কপিলী,কেডাৰ,দীৰ্ঘেশ্বৰী,মদন কামদেৱ,মলং,বন্ধ শিলডুবি,হহুৱাপাৰাকে ধৰি আন আন বহুতো বনভোজস্থলী।
শিক্ষা বিভাগৰ আজৱ নিৰ্দেশনা।তিনিবছৰলৈ আন চাকৰিত আবেদন কৰিব নোৱাৰিব শিক্ষক- কৰ্মচাৰীয়ে।এই নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে।সৰ্বশিক্ষা অভিযানক লৈও কৰিছে আন এক নিৰ্দেশনা জাৰি।এতিয়াৰে পৰা কানাড়া বেংকতহে লেনদেন হ'ব প্ৰাথমিক বিদ্যালয়ৰ।এই নিৰ্দেশনাই এতিয়া কঁপাইছে শিক্ষা বিভাগ।
উচ্চতম ন্যায়ালয়ে কৰিলে গুৰুত্বপূৰ্ণ ৰায়দান।পিতৃৰ মৃত্যুৰ পিছত সম্পতিৰ ভাগ পাব কন্যাই।পিতৃৰ মৃত্যুৰ পিছত উইল নকৰিলেও পাব সম্পতি।পৰিয়ালৰ আন আন সদস্য়ৰ তুলনাত কন্যাক দিয়া হৈছে অগ্ৰাধিকাৰ।দুজনীয়া বিচাৰপীঠে কৰিলে এই গুৰুত্বপূৰ্ণ ৰায়দান।
আকৌ জাৰি কৰিলে নতুন SOP।গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত চৰকাৰে জাৰি কৰিলে নতুন SOP।গণৰাজ্য দিৱসৰ বাবে জাৰি বিশেষ নীতি-নিয়ম।এইবাৰ গণৰাজ্য দিৱসত নাথাকিব কোনো সাংস্কৃতিক অনুষ্ঠান।ছাত্ৰ-ছাত্ৰীসকলেও অংশ গ্ৰহণ কৰিব নোৱাৰিব গণৰাজ্য দিৱসত।কোনো ধৰণৰ বঁটা প্ৰদান অনুষ্ঠান নহ'ব সমাৰোহত।গণৰাজ্য দিৱসত কেৱল পতাকা উত্তোলন আৰু…
মন্ত্ৰী যোগেন মোহনলৈ আগবঢ়োৱা হ'ব চলিত বৰ্ষৰ বীৰ পাংৰাও বঁটা।টাই আহোম যুৱ পৰিষদৰ উদ্যোগত ঐতিহাসিক পাংৰাও ক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে পালন কৰা হ'ব মে-ডাম-মে-ফী।এই বিশেষ দিনটোতেই মন্ত্ৰী যোগেন মোহনক প্ৰদান কৰা হ'ব বীৰ পাংৰাও বঁটা।
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা কোৰোনাত আক্ৰান্ত।হোম কোৱাৰেন্টাইন হৈ আছে মুখ্যমন্ত্ৰীগৰাকী।টুইটাৰযোগে সদৰি কৰিলে কনৰাড চাংমা।তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে টেষ্ট কৰাবলৈ আহ্বান।উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে গৈছিল দিল্লীলৈ।দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাত কৰিছিল দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে।
মেঘালয় সীমান্তলৈ যাব অসম ছাত্ৰ সন্থা সহ পাছ জনজাতীয় সংগঠন।সীমান্ত পৰিদৰ্শন কৰি স্থানীয় বাসিন্দাৰ মতামত গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব প্ৰতিবেদন। ছাত্ৰ সন্থাইয়ো বিচাৰে অসম সীমা সমস্যাৰ স্থায়ী সমাধান।দুয়োখন ৰাজ্যৰ সীমা সমস্যাক লৈ চৰকাৰে লোৱা সিদ্ধান্তক আদৰণি জনাইছে সকলোৱে।১২টা…
বেলতলাৰ জয়ানগৰত ছাত্ৰ সন্থাৰ নৱনিৰ্মিত ''ছাত্ৰ পুঁথিভড়ালৰ'' শুভ উদ্ধোধন কৰা হয়।ছাত্ৰ পুঁথিভড়ালটিৰ শুভ উদ্ধোধন কৰে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভটাচাৰ্যই।এই পুঁথিভড়ালৰ জৰিয়তে কিতাপ পঢ়াৰ এক আন্দোলন হ'ব।এই পুঁথিভড়ালটোত শিশু সকলৰ বাবে থাকিব এক সুকীয়া কক্ষ।বুক বেংকলৈও পৰিৱৰ্তন কৰা…