ডিব্ৰুগড়ত আছু কৰ্মীক কৰায়ত্ত কৰাৰ বিৰোধিতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ।
অসমত অত্যাচাৰী ৰাজত্ব বন্ধ কৰক।ডিব্ৰুগড়ত আছু কৰ্মীক কৰায়ত্ত কৰাৰ তীব্ৰ বিৰোধিতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ।
অসমত অত্যাচাৰী ৰাজত্ব বন্ধ কৰক।ডিব্ৰুগড়ত আছু কৰ্মীক কৰায়ত্ত কৰাৰ তীব্ৰ বিৰোধিতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ।
আকাশবাণী গুৱাহাটীক মেডিয়াম ৱেভৰ বন্ধ কৰা সিদ্ধান্ত বাতিল কৰিব লাগে।এই ৱেভৰ জৰিয়তে বহুত শিল্পী ওলাইছে :দীপাংক কুমাৰ নাথ।
অসমৰ প্ৰথম মহিলা আৰক্ষী মহাপৰিদৰ্শক হিচাপে পদোন্নতি আইপিএছ বিষয়া ভায়'লেট বৰুৱাক । যোৱা গণতন্ত্ৰ দিৱসত ৰাষ্ট্ৰপতি পদকেৰে সন্মানিত হৈছিল বৰুৱা। অসমৰ প্ৰথম মহিলা উপ মহাপৰিদৰ্শকৰ লগতে বড়ো চুক্তিৰ পিছত বিটিআৰৰো প্ৰথম উপ মহাপৰিদৰ্শক আছিল ভায়'লেট বৰুৱা ।
আজি ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন বিস্ফোৰক অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে৷ তেওঁৰ মতে শিক্ষকসকলৰ ওপৰত অন্যায় কৰা হৈছে চৰকাৰে সমাজৰ মেৰুদণ্ড স্বৰূপ শিক্ষকক গিনিপিক সজাইছে। চৰকাৰে উন্মোচন কৰা ‘ৰিমছ এপ’ৰ দৰে ডিজিটেল ব্যৱস্থাৰ জৰিয়তে প্ৰধান শিক্ষকৰ…
হস্তীৰ কন্যা গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ আজি ১৯ সংখ্যক স্মৃতি দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে প্ৰতিবছৰৰ দৰে এইবেলিও হস্তীৰ কন্যাৰ মৃত্যুৰ দিনটোত মহানগৰীৰ চানমাৰিস্থিত শ্বহীদ উদ্যানত সদৌ অসম ছাত্ৰ সন্থাই আয়োজন কৰে। এই অনুষ্ঠানতে সদৌ অসম ছাত্ৰ সন্থাই…
অসমীয়া ভাষা-জাতিৰ ওপৰত এয়া আক্ৰমণ। আকাশবাণী গুৱাহাটীৰ মেডিয়াম ৱেভ বাহাল থাকিব লাগিব:সমুজ্জ্বল ভট্টাচাৰ্য।
সুৰাপান কৰি গাড়ী চলালে ভৰিব লাগিব দহ হাজাৰ টকাৰ জৰিমনা। কেনচেল হব আপোনাৰ লাইচেঞ্চ।নতুন বছৰত চৰকাৰ তথা প্ৰশাষনে সলনি কৰিছে কেইবাটাও নীতি-নীয়ম।
ডিচেম্বৰ মাহ মানেই বনভোজৰ বতৰ।তাতে আজি বছৰৰ অন্তিমটো দেওবাৰ।গীতে-মাতে জীপাল ৰাজ্যৰ প্ৰতিটো প্ৰান্ত।হাঁহে-মাহে এসাঁজ খাবলৈ আহিছে বনভোজপ্ৰেমী।হাতীশীলাত দেখা গ'ল বনভোজপ্ৰেমী ভিৰ।
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনক লৈ বি জে পি চৰকাৰৰ ৰাজনীতিৰ সম্পৰ্কত সংবাদ মেল।উপস্থিত থাকে প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা আৰু গুৱাহাটীৰ প্ৰাক্তন মেয়ৰ কুশল কুমাৰ শৰ্মা।
▶️ মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰ ▶️ হত্যা কৰি চকু উলিয়াই নিলে দুৰ্বৃত্তই ▶️ বামুণীমৈদামৰ ভাস্কৰ নগৰত উদ্ধাৰ যুৱকজনৰ ক্ষত বিক্ষত মৃতদেহ ▶️ নিশা দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ