Skip to content

বঙাইগাঁৱত মন্ত্ৰী ৰণজিৎ দাস! জিলা বি জে পি কাৰ্যালয়ত নেতা- কৰ্মীৰে বৈঠক৷

আজি বঙাইগাঁওস্থিত ভাৰতীয় জনতা পাৰ্টিৰ জিলা কাৰ্যালয়ত মন্ত্ৰী ৰণজিৎ দাস উপস্থিত হৈ দলীয় নেতা কৰ্মী সকলৰ সৈতে এক আলোচনাত মিলিত হয় ৷ নতুন কৈ নিৰ্মান কৰা দলীয় কাৰ্যালয়টো অহা 24 নৱেম্বৰত মুখ্যমন্ত্ৰী গৰাকীয়ে মুকলি কৰিব বুলি জানিব পৰা হৈছে৷ ইয়াৰ…

Read more

গুৱাহাটী মহানগৰীত পুনৰ লুটপাতৰ ঘটনা

গুৱাহাটী মহানগৰীত পুনৰ লুটপাতৰ ঘটনা।শনিবাৰে চানমাৰিৰ ৰাজপথত ৰখাই থোৱা বাহনত লুটপাত।এএছ ০১ বিকিউ ৭৩৩৩ নম্বৰৰ গাড়ী এখনৰ পৰা লুটি নিলে ধন।ৰাজপথৰ কাষত ৰখাই থোৱা গাড়ীৰ পৰা চোৰে লুটিলে ২৫০০০ টকা।গাড়ীৰ আইনা ভাঙি ধন লৈ উধাও চোৰ।

Read more

অভিযান্ত্ৰিকৰ চাকৰিৰ বাবে হ’ব APSCৰ পৰীক্ষা।

অভিযান্ত্ৰিকৰ চাকৰিৰ বাবে হ’ব APSCৰ পৰীক্ষা। APSCৰ দ্বাৰা হ’ব Combined Recruitment Exam। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত হোৱা বৈঠকত এই সিদ্ধান্ত লোৱা হয়। তৃতীয়, চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে সুকীয়া আয়োগ গঠন কৰা হৈছে। আয়োগৰ মুৰব্বী হিচাপে থাকিব অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ আমোলা। নিৰ্ধাৰিত…

Read more

পৰাগ কুমাৰ দাসৰ সোঁৱৰণত অন্তিমবাৰলৈ সদৌ অসম ভিত্তিত আন্ত:মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখনি।

পৰাগ কুমাৰ দাসৰ সোঁৱৰণত অন্তিমবাৰলৈ সদৌ অসম ভিত্তিত আন্ত:মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখনি।ৰবীন্দ্ৰ ভৱনত আৰম্ভ হয় প্ৰতিযোগিতাখনি।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকাই বন্তি প্ৰজ্বলেনেৰে আৰম্ভ কৰে প্ৰতিযোগিতাখনিৰ।তৰ্ক প্ৰতিযোগিতাত অধ্যক্ষতা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকাই।অসমৰ বিভিন্ন প্ৰান্তৰ ৩০…

Read more

পুনৰ আৰক্ষীৰ এনকাউন্টাৰ৷

হোজাইৰ ডবকাত নিশা আৰক্ষীৰ এনকাউন্টাৰ৷ কুখ্যাত বাইক চোৰ জাকিৰক এনকাউন্টাৰ কৰে আৰক্ষীয়ে৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ ফলত আৰক্ষীয়ে গুলীয়াই জাকিৰক৷ নিশা তিনি বজাত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল কুখ্যাত বাইক চোৰতোৱে৷ যোৱা ১৪ নৱেম্বৰত ডবকা আৰক্ষীয়ে হোজাইৰ…

Read more

Police ৰ ষ্টিকাৰ লগোৱা Creta বাহনে মহতিয়ালে দুচকীয়া বাহনক

পথ দুৰ্ঘটনাক লৈ মহানগৰীত পুনৰ ৰহস্য। Police ৰ ষ্টিকাৰ লগোৱা Creta বাহনে গণেশ মন্দিৰৰ সমীপত মহতিয়াই নিয়ে দুচকীয়া বাহনক। গুৰুতৰভাৱে আহত বাহনৰ চালক। দুৰ্ঘটনাৰ পাছতেই প্ৰত্যক্ষদৰ্শীৰ প্ৰহাৰ চাৰিচকীয়া বাহনৰ চালকসহ এজনক। ঘটনাস্থলীত দিছপুৰ যানবাহন আৰক্ষী উপস্থিত। বাহনখনৰ পৰা এটা পিষ্টল…

Read more

আজি শেষ হ’ব পল্টনবজাৰৰ পূজাৰী হত্যাকাণ্ডৰ অভিযুক্তৰ জিম্মা ম্যাদ।

আজি শেষ হ’ব পল্টনবজাৰৰ পূজাৰী হত্যাকাণ্ডৰ অভিযুক্তৰ জিম্মা ম্যাদ। ৫ দিনৰ আৰক্ষীৰ জিম্মাত আছিল পূজাৰীৰ অভিযুক্ত পত্নী মৌচুমী চক্ৰৱৰ্তী, জ্যেষ্ঠ কন্যা।উপৰ্যুপৰি জেৰাৰ পিছতো মুখ খোলা নাই অভিযুক্ত পত্নী, জ্যেষ্ঠ কন্যাই ।স্বাস্থ্য পৰীক্ষাৰ অন্তত আজি দুয়োকে CJM আদালতত হাজিৰ কৰা হয়।

Read more

অসমত বৃদ্ধি পাব বিশ্ববিদ্যালয়ৰ সংখ্যা।

ৰাজ্যৰ ৫ মহাবিদ্যালয়ক দিয়া হ'ব বিশ্ববিদ্যালয়ৰ মৰ্যাদা।শিৱসাগৰ, লখিমপুৰ, যোৰহাটৰ জে বি কলেজ সন্দিকৈ কলেজক দিয়া হ’ব বিশ্ববিদ্যালয়ৰ মৰ্যদা।আগন্তুক দুবছৰৰ ভিতৰত এই মহাবিদ্যালয় কেইখনক উত্তৰণ কৰা হ’ব শ্ববিদ্য়ালয়লৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে ঘোষণা কৰে।আনহাতে এতিয়াৰে পৰা হ’ব অনলাইনযোগে শিক্ষকৰ…

Read more

ৰাস মহোৎসৱৰ দিনাই কামপুৰত সংঘটিত হল শোকাৱহ দুৰ্ঘটনা।

ৰাস উৎসৱৰ আনন্দৰ মাজতেই কামপুৰত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাৱহ ঘটনা।কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত ৰাস নাচিবলৈ আহি মৃত্যু মুখত পৰিল এগৰাকী ছাত্ৰী। মৃত্যু হোৱা ছাত্ৰীগৰাকী কামপুৰ মহগৰীয়াআটিৰ মাম্পী বৰা বুলি জানিব পৰা গৈছে। মাম্পী কামপুৰ মাধৱ কন্দলী জুনিয়ৰ কলেজৰ…

Read more

গুৱাহাটীৰ উজান বজাৰ ঘাটত অঘটত

গুৱাহাটীৰ উজান বজাৰ ঘাটত অঘটত। ৰখাই থোৱা জাহাজত সংঘটিত হয় অগ্নিকাণ্ড। অগ্নিকাণ্ড সংঘটিত হোৱা জাহাজ খনৰ নাম চুকাফা। জাহাজখনৰ ভিতৰত আৱদ্ধ হৈ আছিল তিনিজনকৈ লোক। কোনো ক্ষয়-ক্ষতি হোৱা নাই যদিও কথমপি ৰক্ষা পৰে তিনিজনলোক। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভষ্মিভূত জাহাজ খন।…

Read more
Back To Top