skip to Main Content

ষষ্ঠ অসম আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলা

এন.এন ব্যুৰো ২ মাৰ্চঃ অসমৰ কৃষি আৰু উদ্যান শস্য খণ্ডক দেশৰ লগতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য আগত ৰাখি কৃষি বিভাগ, উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগে প্ৰতি বছৰে অসম আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলাৰ আয়োজন কৰি আহিছে। এইবাৰৰ এই…

Read More

আছুৰ বিৰুদ্ধে অভিযোগ কৃষক শ্ৰমিকৰ

দিল্লীৰ ' কা ' বিৰোধী আন্দোলনত অংশগ্ৰহণ কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমৰ । আজি দিছপুৰ প্ৰেছ ক্লাবত অনুস্থিত সংবাদ মেলত সভাপতি প্ৰদীপ কলিতাই অৱগত কৰায় যে সংশোধিত নাগৰিকত্ব আইনৰ ফলত অকল এটা বিশেষ সম্প্ৰদায় শংকিত নহয় । দেশৰ এক বুজন…

Read More

গুবাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙঃ ভূমিপূজন সম্পন্ন

এন.এন ব্যুৰো, ১ মাৰ্চঃ বহু প্ৰত্যাশিত গুবাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ আজি ভূমিপূজন সম্পন্ন হ’ল। আশা কৰা অনুসৰি উত্তৰ গুৱাহাটীৰ পৰ্যটন ক্ষেত্ৰকে ধৰি বাণিজ্যক্ষেত্ৰলৈও নতুন বাৰ্তা কঢ়িয়াই আনিব এই দলঙে। ১৬০০ মিটাৰ দৈৰ্ঘৰ এই দলংখনত মুঠ ব্যয় হ’ব ২৬০০ কোটি টকা।…

Read More

হাতে-কামে লাগিল আৰ.পি. শৰ্মাঃ আনুষ্ঠানিকভাবে কংগ্ৰেছত যোগদান

এন.এন ব্যুৰো, ১ মাৰ্চঃ আজি ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে গেৰুৱা বসন সলালে আৰ.পি. শৰ্মাই। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু অন্যান্য সকলৰ উপস্থিতিত আৰ.পি শৰ্মাৰ লগতে সাংবাদিক জমশ্বেৰ আলি, এন.পি.পি আৰু বি.পি.এফৰ কেইবাজনো কৰ্মকৰ্তাইও যোগ দিয়ে কংগ্ৰেছত।…

Read More

মোহময়ী অভিনেত্ৰীৰ কদৰ্য ৰূপ

এন এন ব্যুৰো,১ মাৰ্চঃ গুৱাহাটী ত উপস্থিত হল বলিউদৰ অভিনেত্ৰী য়ামী গৌতম । বিমাবন্দৰত উপস্থিত হোৱাৰ পিছতে মাস্ক পৰিহিতা অভিনেত্ৰী গৰাকী সোমাই পৰিল বিতৰ্কৰ মাজত । বিমাবন্দৰত এজন অনুৰাগীয়ে গামোচা পিন্ধাবলৈ আহিছিল অভিনেত্ৰী গৰাকীক। কিন্তু যুৱক জনক আঁতৰাই দিয়াৰ লগতে…

Read More

খ্ৰীং খ্ৰীং বাই-থ’ পুজা

এন.এন ব্যুৰো,১ মাৰ্চঃ সোনোৱাল কছাৰী সকলৰ আৰাধ্য দেৱতা খ্ৰীং খ্ৰীং বাই-থ’ পুজা আজিৰ পৰা সমগ্ৰ অসমৰ বাই-থ প্ৰাংগনত অনুষ্ঠিত হয়; আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যেগত লক্ষিমপুৰ জিলা প্ৰশাসন আৰু সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ সহযোগত গজাই মনাই ক্ষেত্ৰ বগীনদীত…

Read More

গহপুৰত চঞ্চল্যকৰ ধৰ্ষনকাণ্ড, অপৰাধীৰ ফাঁচীৰ দাবী জনতাৰ

এন এন ব্যুৰো,১ মাৰ্চঃ গহপুৰত সংঘটিত হৈছে দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ এক জঘন্য কাণ্ড। গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰাজাবাৰী অঞ্চলত ৭ নৰপিশাচে একেখন গাঁৱৰে ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ধৰ্ষণ কাণ্ডৰ লগত জৰিত ৭…

Read More

পৰমানন্দ ৰাজবংশীক কাষত লৈ কোচ ৰাজবংশীৰ হুংকাৰ

এন.এন ব্যুৰো ২৯ ফেব্ৰুৱাৰীঃ আজি অসম সাহিত্য সভাৰ জয়ন্ত কুমাৰ বৰুৱা-লখীমী বৰুৱা সভাকক্ষত অসম সাহিত্য সভাৰ বিদায়ী সভাপতি ডঃ পৰমানন্দ ৰাজবংশীৰ উপস্হিতিত বিভিন্ন কোচ ৰাজবংশী সংগঠনৰ নেতৃবৰ্গ আৰু একাংশ বুদ্ধিজীৱীয়ে এক সংবাদমেলৰ আয়োজন কৰে। এই সংবাদমেলযোগে কোচৰাজবংশী সংগঠনে কিছু দাবী…

Read More
Back To Top