skip to Main Content

অসম বধিৰ সন্হাৰ এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত

অসম বধিৰ সন্হাৰ এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত।বিৰুবাৰী তিনিআলিস্হিত অসম বধিৰ সন্হাৰ উদ্যোগত নতুনকৈ এখন বিদ্যালয় স্হাপন কৰাৰ প্ৰচেষ্টা কৰিছে।এই বিদ্যালয় খনত থকা সা-সুবিধা সমূহ হৈছে বিনামূলীয়া নামভৰ্তিকৰণ,ছাত্ৰ-ছাত্ৰী নিবাস,ব্যৱহাৰিক,কলা শিক্ষা,সাংস্কৃতিক সা-সুবিধা,সাংকেতিক ভাষাৰ শিক্ষা,বিনামূলীয়া কিতাপ,ৰাজ্যিক ক্ৰিয়াকলাপ,খেল-ধেমালী,যোগ জ্ঞান আৰু এন…

Read More

জ্যেষ্ঠ শৈল্য চিকিৎসক ড০ এচ কে টানিছলৈ বিশেষ সন্মান

জ্যেষ্ঠ শৈল্য চিকিৎসক ড০ এচ কে টানিছলৈ আগবঢ়োৱা হৈছে এক বিশেষ সন্মান।সামৰিক বাহিনীৰ লোক,বিধৱা মহিলা তথা আৰ্থিকভাৱে দুৰ্বল লোকসকলক তেওঁ বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছে।সেই বাবে অহা ৮ মে' তাৰিখে মুম্বাইত বিশিষ্ট অভিনেতা অনুপম খেৰে এই সন্মান প্ৰদান কৰিব।

Read More

ক’ভিড ভেকচিন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

ক'ভিড ভেকচিন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কৰিলে গুৰুত্বপূৰ্ণ ৰায়দান।কোনেও বাধ্য কৰাব নোৱাৰিব ভেকচিন ল'বলৈ।ভেকচিনৰ পাশ্বক্ৰীয়া সন্দৰ্ভত প্ৰতিবেদন প্ৰকাশৰ নিৰ্দেশ দিলে কেন্দ্ৰক,লগতে ভেকচিন নোলোৱা লোকক ৰাজহুৱা স্হানত কোনো ধৰণৰ বাধা প্ৰদান কৰিব নোৱাৰিব।

Read More

ধ্বংসৰ গড়াহত ঐতিহ্যমণ্ডিত দীপৰ বিল

ক্ৰমে ধ্বংসৰ ফালে আগবাহিছে ঐতিহ্যমণ্ডিত দীপৰ বিল।১৫টাকৈ বনৰীয়া হাটী,আৰু অসংখ্য জীৱ জন্তুৰ মৃত্যু।বিলৰ সমীপৰ ড্ৰাম্পিং গ্ৰাউণ্ডত নিতৌ শ শ টন যাবৰ পেলোৱা হয়।যাৰ ফলত সমগ্ৰ ঠাইখিনি দূষিত হৈ পৰিছে।সেই যাবৰ আহি দিপৰ বিলত পৰে তাৰ ফলত বিষাক্ত হৈ পৰে সমগ্ৰ…

Read More

পুনৰ ক’ৰণাৰ আতংক। GMCHত বাধ্যতামূলক হ’ল মাক্স

এতিয়াৰে পৰা GMCHত বাধ্যতামূলক হ'ল মাক্স।ৰোগী,কৰ্মচাৰী সকলোৱে পৰিধান কৰিব লাগিব মাস্ক।GMCH চৌহদত প্ৰৱেশ কৰা প্ৰত্যেকজন লোকৰ বাবে বাধ্যতামূলক মাস্ক।সকলোকে ভেকচিন লোৱাৰ আহ্বান GMCHৰ অধীক্ষকৰ।

Read More

লুপিনে গুৱাহাটীত আনুষ্ঠানিকভাৱে মুকলি কৰে এটা গৱেষণাগাৰ

আজি হোটেল ভিভান্তা তাজত লুপিন নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানটোৱে আনুষ্ঠানিকভাৱে মুকলি কৰে এটা গৱেষণাগাৰ।লুপিনৰ ১৫টা নিৰ্মাণ স্হান,৭টা গৱেষণা কেন্দ্ৰ।

Read More

উত্তৰ পূৱ ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ‘north east on wheels’ অভিযান

উত্তৰ পূৱ ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব 'north east on wheels' অভিযান।৭৫ বাইক আৰোহীয়ে অতিক্ৰম কৰিব ১লাখ কিঃমিঃ। 'আজাদী কা অমৰীত মহোৎসৱ' উপলক্ষে ৮ ৰাজ্য কৰিব ভ্ৰমণ। ৯ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ চলিব অভিযান। ৯ এপ্ৰিলৰ পুৱা খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত…

Read More

গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় Indian Medical Association Assam Branchসংবাদমেল।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় Indian Medical Association Assam Branchৰ এক সংবাদমেল।কিছুদিন পূৰ্বে চিনিয়ৰ ড০ অৰ্চনা শৰ্মাই আত্মহত্যা কৰাৰ পৰিপেক্ষীততেই অনুষ্ঠিত হয় উক্ত সংবামেলখন।

Read More

ভৰলু বচাওঁ শীৰ্ষক এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত

ভৰলু বচাওঁ শীৰ্ষক এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত।৩এপ্ৰিলৰ পুৱা ৬বজাত অনুষ্ঠিত কৰিছে ভৰলু পদযাত্ৰা বা ৱাক ফৰ ভৰলু।এই পদযাত্ৰাৰ মুকলি কৰিব গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত শ্ৰী দেৱাশীষ শৰ্মাই।

Read More

ডাম্পিংগ্ৰাউণ্ড বন্ধ কৰাৰ পৰিপেক্ষীতত অনুষ্ঠিত হয় এক সংবাদমেল

ডাম্পিংগ্ৰাউণ্ড বন্ধ কৰাৰ পৰিপেক্ষীতত অনুষ্ঠিত হয় এক সংবাদমেল গুৱাহাটী প্ৰেছ ক্লাৱত।দীপৰ বিল আৰু তাৰ দাতিঁকাষৰীয়া ৰাইজৰ বাবে ডাম্পিংগ্ৰাউণ্ড বন্ধ কৰি এক সুস্থ আৰু সুন্দৰ পৰিৱেশ গঢ়িবৰ বাবে অনুষ্ঠিত হয় উক্ত সংবাদমেলখন।যদি ৭দিনৰ ভিতৰত ডাম্পিংগ্ৰাউণ্ড বন্ধ নহয় তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত পৰিস্হিতি…

Read More
Back To Top