skip to Main Content

যান-বাহন কৰ অনাদায়কাৰীলৈ পৰিবহণ বিভাগৰ জাননী

যান-বাহন কৰ অনাদায়কাৰীলৈ পৰিবহণ বিভাগৰ জাননী।মহানগৰীৰ যান-বাহন কৰ অনাদায়কাৰী চাৰিকুৰিৰো অধিক বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণকাৰী সংস্থাৰ লগতে ব্যক্তিগত আৰু ব্যৱসায়িক যান-বাহনৰ মালিকৰ ঘৰে ঘৰে সোমাল পৰিবহণ বিভাগৰ দল।সময়মতে যান-বাহন কৰ আদায় নিদিয়াৰ ফলত কোনো মালিক-প্ৰতিষ্ঠানেই যাতে অধিক কৰৰ বোজা বহন কৰি…

Read More

আজি গুৱাহাটী প্ৰেছ ক্লাৱত NERAMAC ৰ এক সংবাদমেল অনুষ্ঠিত হয়

আজি গুৱাহাটী প্ৰেছ ক্লাৱত NERAMAC ৰ এক সংবাদমেল অনুষ্ঠিত হয়। North Eastern Regional Agricultural Marketing Corporation চমুকৈ NERAMAC য়ে সংবাদমেলযোগে এটা অত্যাধুনিক মেচিন উন্মোচিত কৰে।যাৰ জড়িয়তে খুব সহজতে খাদ্য গ্ৰহণ কৰিব পাৰিব কলপাতত।

Read More

দাস সকলে হেৰুৱাব নেকি ভৱিষ্যতে নিজৰ অস্তিত্ব!

দাস সকলে হেৰুৱাব নেকি ভৱিষ্যতে নিজৰ অস্তিত্ব!কৈৱৰ্ত জাতিতো হৈছে এটা অসমৰ খিলঞ্জীয়া জাতি।এই জাতিটোক লৈ বিৰুপ মন্তব্য কৰিছে এছাম লোকে।ডোম আৰু কৈৱৰ্ত দুটা পৃথক শব্দ।কিন্তু একাংশ লোকে কৈৱৰ্ত সকলক ডোম বুলি মন্তব্য প্ৰকাশ কৰিছে।

Read More

হিন্দী নহয় ৰাষ্ট্ৰীয় ভাষা হ’ব লাগে সংস্কৃত।এই দাবী মোহময়ী অভিনেত্ৰী কংগণা ৰাণাৱটৰ

হিন্দী নহয় ৰাষ্ট্ৰীয় ভাষা হ'ব লাগে সংস্কৃত।এই দাবী কৰিলে মোহময়ী অভিনেত্ৰী কংগণা ৰাণাৱটে।হিন্দী,কন্নৰ,তামিল তথা গুজৰাটী ভাষাতকৈও পুৰণি হৈছে সংস্কৃত ভাষা।এই সকলোবোৰ ভাষা উদ্ভৱ হৈছে সংস্কৃত ভাষাৰ পৰা।তেনেহ'লে কিয় সংস্কৃতৰ ঠাইত হিন্দীক ৰাষ্ট্ৰভাষা কৰা হ'ল।

Read More

‘লাইফ ইন এ পাপেট’ আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত

পুতলা নাচৰ ওপৰত নিৰ্মাণ কৰা অসমীয়া ছবি 'লাইফ ইন এ পাপেট' এ পোৰ্টব্লেয়াৰ আন্তঃ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৪ টাকৈ বঁটাৰে উজ্বলি উঠিছে। ১২ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল উক্ত মহোৎসৱ। যুটীয়া ভাৱে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান, ভাৰতীয় শাখাত শ্ৰেষ্ঠ চলচ্চিত্ৰ…

Read More

সম্প্ৰতিও অশান্ত অসম-মিজোৰাম সীমান্ত

অসম মিজোৰাম সীমান্তত মিজো দুষ্কৃতিৰ তাণ্ডৱ অব্যাহত ৷এইবাৰ অসমৰ ভূমিৰ এখন বিদ্যালয়ত হস্তনিৰ্মিত বোমা বিষ্ফোৰণ ঘটাই বিদ্যালয় খনৰ বহু ক্ষতিসাধন কৰিলে মিজো দুষ্কৃতিকাৰীয়ে ৷নিশা অসম মিজোৰাম সীমান্তৱৰ্তী ধলাই খুলিচৰাৰ ধলাখাল এলপি স্কুলত বোমা বিস্ফোৰণ ঘটায় মিজো সকলে ৷বোমা বিস্ফোৰণৰ ফলত…

Read More
Back To Top