skip to Main Content

আহি আছে 5G

অক্টোবৰ মাহত মুকলি হ'ব 5G সেৱা। কেন্দ্ৰীয় তথ্য সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰে এই কথা। 5G স্পেকট্ৰামৰ ৭ দিন যোৰা নিলাম প্ৰক্ৰিয়াৰ অন্তত মুকলি কৰা হৈছে এই ঘোষণা।

Read More
BGMI Banned

BGMI নিষিদ্ধ হ’ল ভাৰতত

আজি বেটেল গ্ৰাউণ্ড মোবাইল ইণ্ডিয়া ওৰফে BGMI নামৰ গেমটো ভাৰতত নিষিদ্ধ কৰা হয়। ইতিমধ্যে গেমটো প্লে'ষ্টৰৰ পৰা আঁতৰাই দিয়া গৈছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে গেমটো আঁতৰাই দিয়া হৈছে।

Read More

আজি গুৱাহাটীত মুকলি কৰা হয় Vivo X80 ছিৰিজৰ মোবাইল

আজি গুৱাহাটীত মুকলি কৰা হয় Vivo X80 ছিৰিজৰ মোবাইল।মহানগৰীৰ গুৱাহাটী চেন্ট্ৰেলৰ "হাৰ্ড ৰক কেফে"ত মুকলি কৰা হয় Vivoৰ দুটাকৈ অত্যাধুনিক মোবাইল X ছিৰিজৰ X80 আৰু X80 pro।

Read More

মাইক্ৰ’ছফ্টৰ ডাঙৰ ঘোষণা

মাইক্ৰ’ছফ্টৰ ডাঙৰ ঘোষণা। ছচিয়েল নেটৱৰ্কিং এপ লিক্ডইন ৰ লোকেল ভাৰ্ছন বন্ধ কৰিব চীনত। উল্লেখযোগ্য যে লিংকডইন আমেৰিকাৰ পৰা পৰিচালিত হোৱা অন্তিম মুখ্য ছচিয়েল নেটৱৰ্ক প্লেটফৰ্ম যিটো এতিয়াও চীনত চলি আছে।মাইক্ৰ’ছফ্ট এ বৃহস্পতিবাৰে ঘোষণা কৰে যে তেওঁলোকে চীনত নিজৰ ছচিয়েল নেটৱৰ্কিং এপ লিক্ডইন ৰ…

Read More

তিনি হাজাৰ ইনজেকচনৰ খালী চিৰিঞ্জেৰে নিৰ্মাণ দেৱীৰ প্ৰতিমা

ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট ধুবুৰীৰ এজন শিল্পীৰ। এই বছৰৰ দুৰ্গা পূজাত এক বিশেষ চমক দিব শিল্পীজনে। তিনি হাজাৰ  ইনজেকচনৰ খালী চিৰিঞ্জেৰে প্ৰায় দুমাহ ধৰি পৰিশ্ৰম কৰি অন্তিম পৰ্যায়ত উপনীত হৈছে সঞ্জীৱ বসাক নামৰ শিল্পীজনে। শিল্পী সঞ্জীৱৰ আশা, কোভিড…

Read More

অসমত মুকলি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ইলেকট্ৰনিক চাৰ্জিং পইন্ট।

অসমত মুকলি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ইলেকট্ৰনিক চাৰ্জিং পইন্ট। গুৱাহাটীৰ জ্যোতিকুচিত মুকলি চাৰ্জিং পইন্টতো।কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মুকলি কৰে কেন্দ্ৰটো।এবাৰ চাৰ্জ দিলে তিনিশৰ পৰা চাৰিশ কিঃমিঃ চলিব প্ৰতিখন বাহন!

Read More

Auto Debit Payment Systemত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন

Auto Debit Payment System ত অহা মাহৰ পৰা অৰ্থাৎ ১ অক্টোবৰৰ পৰা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ব। নতুন অটো ডেবিট পৰিশোধ প্ৰণালীটো অক্টোবৰৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এই নিয়মৰ অধীনত, বেঙ্ক আৰু ডিজিটেল পেমেণ্ট প্লেটফৰ্ম পেটিএম-ফোন পে কিস্তি বা বিলৰ ধন…

Read More
Back To Top