skip to Main Content

অতি শীঘ্ৰে দেশত বলৱৎ হ’ব CAA

গৃহমন্ত্ৰী অমিত শ্বাহৰ এক বিশেষ ঘোষণা। কভিড ভেকচিনৰ কাম শেষ হোৱাৰ পাছতে দেশত CAA বলৱৎ কৰা হ’ব। বেংগল বিজেপিক CAA বলৱৎ কৰাৰ আশ্বাস গৃহমন্ত্ৰীৰ।

Back To Top