Skip to content

এইমাহৰ পৰাই প্ৰদান কৰা হ’ব শিশুক কোৰোনাৰ ভেকচিনন

এইমাহৰ পৰাই দেশত আৰম্ভ হব শিশুক কোৰোনা টীকাকৰণ প্ৰদান প্ৰক্ৰিয়া। কোভিড-১৯ ৱৰ্কিং গ্ৰুপৰ চেয়াৰমেন ডাঃ এন কে আৰৌৰাই সদৰি কৰিছে এই কথা। অহা চাৰিৰ পৰা ছয় সপ্তাহৰ ভিতৰত এই সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন হব বুলি সদৰি কৰিছে চেয়াৰমেন গৰাকীয়ে। প্ৰথম পৰ্যায়ত শাৰিৰিকভাৱে দুৰ্বল শিশুসকলক প্ৰদান কৰা হব ভেকচিন।

Back To Top