In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ জ্যেষ্ঠ নাৰ্ছ ৰজিলা ৰয়লৈ ৰাষ্ট্ৰীয় ফ্লোৰেঞ্চ নাইটিংগেল পুৰস্কাৰ
অসমৰ জ্যেষ্ঠ নাৰ্ছ ৰজিলা ৰয়লৈ ৰাষ্ট্ৰীয় ফ্লোৰেঞ্চ নাইটিংগেল পুৰস্কাৰ। কোভিড পৰিস্থিতিৰ বাবে ভাৰ্চুৱেলি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰিলে ২০২০ বৰ্ষৰএই পুৰস্কাৰ। অসমৰ ৰজিলা ৰয়সহ দেশৰ ৫১ গৰাকী নাৰ্ছিং কৰ্মীক প্ৰদান কৰিলে এই পুৰস্কাৰ। ৰজিলা ৰয় গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ জ্যেষ্ঠ নাৰ্ছ। এই বঁটাত আছিল এটা মডেল, এখন প্ৰশংসা পত্ৰ, এখন প্ৰমাণ পত্ৰ আৰু ৫০ হাজাৰ টকাৰ পুৰস্কাৰ।