Skip to content

গড়চুক আৰক্ষীৰ কবলত ড্ৰাগছ মাফিয়া।


গড়চুক আৰক্ষীয়ে অতি কৌশলেৰে কৰায়ত্ত কৰিবলৈ সক্ষম হয় এজন ড্ৰাগছ সৰবৰাহকাৰীক।বাইকেৰে ড্ৰাগছ ডেলিভাৰী দিবলৈ যাওঁতেই আৰক্ষীৰ জালত পৰে ড্ৰাগছ সৰবৰাহকাৰীটো।ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো হৈছে হাজোৰ চফেদ আলি।জব্দকৃত হেৰইনখিনিৰ ওজন হৈছে প্ৰায় ১৩ গ্ৰাম।

Back To Top