Skip to content

জামিন পালে শ্বাহৰুখৰ পুত্ৰ আৰিয়ান খানে


২৬দিনৰ মূৰত মুকলি আকাশৰ তললৈ আৰিয়ান খান।বোম্বে হাইকৰ্টে মঞ্জুৰ কৰিলে আৰিয়ানৰ জামিনৰ আবেদন। আৰিয়ান জামিনৰ বাবে বহু চেষ্টা কৰিছিল অধিবক্তাই।আৰিয়ানৰ লগতে জামিন পালে দুই সংগীয়েও।

Back To Top