skip to Main Content

APSC কেলেংকাৰীৰ ন্যায়িক প্ৰক্ৰিয়া অন্তিম পৰ্যায়ত

APSC কেলেংকাৰীৰ ন্যায়িক প্ৰক্ৰিয়া অন্তিম পৰ্যায়ত৷ সোমবাৰে আদালতত হাজিৰ কৰোৱা হয় APSC ৰ কেলেংকাৰীৰ আটাইকেইজন অভিযুক্তক৷ আদালতত উপস্থিত হয় বসন্ত দলে, চামেদুৰ ৰহমান আৰু অভিযুক্ত বিষয়া–কৰ্মচাৰী৷ আনহাতে জে’লৰ পৰাই ভিডিঅ’ কনফাৰেঞ্চযোগে থাকিল অভিযুক্ত ৰাকেশ পাল৷

Back To Top